• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পাশৱিক! বাৰে বাৰে বিবাহৰ প্ৰস্তাৱত অতিষ্ঠ হৈ বিবাহিত মহিলাক হত্যা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2023 2:16 pm
Mumbai Guard Kills Woman
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইটোৰ পিছত সিটোকৈ বৰ্বৰ-নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে দেশ। দিল্লীত সংঘটিত হত্যাকাণ্ডই দেশত তুমুল চৰ্চা লাভ কৰাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে নৱী মুম্বাইত সংঘটিত আন এক পাশৱিক হত্যাকাণ্ডৰ ঘটনা। এগৰাকী বিবাহিত মহিলাই বাৰে বাৰে বিবাহৰ প্ৰস্তাৱ আগবঢ়োৱাত অতিষ্ঠ হৈ হত্যা কৰাৰ অভিযোগ উঠিছে এগৰাকী ব্যক্তিৰ বিৰুদ্ধে।

নৱী মুম্বাইৰ হাউছিং কমপ্লেক্সৰ এগৰাকী ৪০ বৰ্ষীয় চিকিউৰিটি গাৰ্ডৰ বিৰুদ্ধে উঠিছে এই হত্যাৰ অভিযোগ। ইতিমধ্যে অভিযুক্ত ৰাজকুমাৰ বাবুৰাম পাল নামৰ ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Apply Now

ঘটনা সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, যোৱা ১২ ফেব্ৰুৱাৰীত থানে জিলাৰ নৱী মুম্বাই চহৰৰ কোপাৰখাইৰ্নে অঞ্চলৰ এখন হাউছিং ছ’চাইটিৰ সমীপৰ জোপোহাৰ মাজত ৩৫-৪০ বছৰ বয়সৰ এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল।

মহিলাগৰাকীক ডিঙিত পৰিধান কৰা দীঘল কাপোৰৰ টুকুৰাৰে ডিঙি চেপি হত্যা কৰা হৈছিল আৰু মৃতদেহটো জোপোহাত পেলাই প্ৰমাণ নষ্ট কৰিবলৈ চেষ্টা কৰা হৈছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।

কোপাৰখাইৰ্নে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ আৰু ২০১ ৰ অধীনত গোচৰ ৰুজু কৰে।

পিছত নৱী মুম্বাই আৰক্ষীয়ে মহাৰাষ্ট্ৰৰ সকলো থানালৈ মৃতদেহটোৰ পৰিচয় সন্ধানৰ বাবে বাৰ্তা প্ৰেৰণ কৰে। সেই সময়তে আৰক্ষীয়ে মুম্বাইৰ ট্ৰম্বে আৰক্ষী থানাত এগৰাকী মহিলা নিৰুদ্দেশ হোৱাৰ গোচৰ ৰুজু হোৱা বুলি জানিব পাৰে।

আৰক্ষী বিষয়াগৰাকীৰ মতে, নৱী মুম্বাইত উদ্ধাৰ হোৱা মৃতদেহ আৰু নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ বৰ্ণনাৰ মিল দেখাৰ পিছত আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তোলে। আৰক্ষীয়ে নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ পৰিয়ালৰ লোকক সোধা-পোছা কৰে।

নিৰুদ্দিষ্ট মহিলাগৰাকীৰ স্বামীৰ পৰা আৰক্ষীয়ে মহিলাগৰাকীয়ে মুম্বাইৰ মানখুৰ্ড অঞ্চলত চাফাই কৰ্মী হিচাপে কাম কৰিছিল বুলি জানিব পাৰে। পিছত আৰক্ষীয়ে মহিলাগৰাকীৰ মোবাইল উদ্ধাৰ কৰে আৰু মোবাইল পৰীক্ষা কৰি তেওঁ চিকিউৰিটি গাৰ্ড পালৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকা বুলি অৱগত হয়।

এই প্ৰমাণৰ ভিত্তিতে আৰক্ষীয়ে সন্দেহবশত: পালক গ্ৰেপ্তাৰ কৰে আৰু জেৰাৰ সময়ত মহিলাগৰাকীয়ে বাৰে বাৰে তেওঁক বিয়া কৰাবলৈ জোৰ আহিছিল বুলি পালে আৰক্ষীক জানিবলৈ দিয়ে। এনেদৰে নিৰন্তৰ হেঁচাত অতিষ্ঠ মহিলাগৰাকীৰ পৰা মুক্তি পোৱাৰ বাবে হত্যাৰ পৰিকল্পনা কৰে পালে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই পৰিকল্পনা অনুসৰিয়েই পালে হাউছিং কমপ্লেক্সৰ ওচৰৰ এটা স্থানলৈ ফোন কৰি মাতি আনে মহিলাগৰাকীক আৰু তাতে ডিঙি চেপি হত্যা কৰে। ইয়াৰ পিছত অভিযুক্তই মৃতদেহটো হাউছিং ছ’চাইটিৰ ওচৰৰ জোপোহাত পেলাই দিয়ে বুলি বিষয়াগৰাকীয়ে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd