• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 10, 2020 6:50 am

1 min read

10-5-1140x570

অৰ্ণৱ গোস্বামী।

496
VIEWS
Share on FacebookShare on Twitter

মুম্বাই আৰক্ষীয়ে উৎখাত কৰা টিআৰপি ফিক্সিং চক্ৰৰ সৈতে সম্পৰ্কৰ বিষয়ে ভাষ্য গ্ৰহণ কৰিবলৈ শুকুৰবাৰে ৰিপাব্লিক টিভিৰ মুখ্য বিত্ত বিষয়া শিৱ সুন্দৰমলৈ মুম্বাই আৰক্ষীয়ে চমন জাৰি কৰিছে।

সুন্দৰমৰ লগতে চমন জাৰি কৰা আনসকলৰ ভিতৰত আছে মেডিছন ৱৰ্ল্ডৰ পৰিচালন সঞ্চালক ছেম বালছাৰা আৰু আইপিজি মিডিয়া ব্ৰেণ্ডৰ চিইঅ’ শশী সিনহা।

মুম্বাই আৰক্ষীৰ যুটীয়া আয়ুক্ত (অপৰাধ শাখা) মিলিন্দ ভাৰাম্বে পাছত সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে উক্ত তিনিগৰাকী ব্যক্তিক ভাৰতীয় দণ্ডবিধিৰ ১৬০ ধাৰাৰ অধীনত তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিবলৈ মাতি পঠিওৱা হৈছে।

‘’মুম্বাই আৰক্ষীয়ে তেওঁলোকৰ কাৰ্যালয়ত উপস্থিতি হ’বলৈ মোক মাতি পঠিয়াইছে। তেওঁলোকে মোক কি কাৰণে মাতিছে বা তেওঁলোকে মোক কি সুধিব সেইবিষয়ে মোৰ কোনো ধাৰণা নাই। এতিয়া মই একো ক’ব নোৱাৰিম। মই কাইলৈ গৈ তেওঁলোকক লগ কৰিম,’’-সিনহাৰ উদ্ধৃতিৰে হিন্দুস্তান টাইমছত এইদৰে কোৱা হৈছে।

‘’মই বিএআৰচিৰ এগৰাকী ক্লায়েন্ট। মুম্বাই আৰক্ষীয়ে মোক তদন্তত সহায় কৰিবলৈ অনুৰোধ কৰিছে যিটো কৰিবলৈ পাই মই সুখী,’’-ছেম বালছাৰাই সংবাদ মাধ্যমক কয়।

Recent News

Sogun Final

ধলাত বিষাক্ত মৰাশ ভক্ষণ কৰি ২৩ টাকৈ দুস্প্ৰাপ্য প্ৰজাতিৰ শগুণৰ মৃত্যু; ১২ টাৰ অৱস্থা সংকটজনক

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

index.jpgv

উত্তাল পাকিস্তান : মোদীসহ অন্য ৰাষ্ট্ৰৰ নেতাৰ ফ’টো লৈ সিন্ধু প্ৰদেশত স্বাধীনতাৰ দাবী বিক্ষোভকাৰীৰ

a imran

অৰ্ণৱ গোস্বামীৰ কান্ধত থৈ মোদীলৈ বন্দুক টোৱালে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd