• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হামাছৰ সমৰ্থনত পোষ্ট লিখাৰ বাবে চাকৰি হেৰুৱালে শিক্ষয়িত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2024 3:08 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছচিয়েল মিডিয়াত হামাছ-ইজৰাইল সংঘাতৰ বিষয়ে এটা লেখা প্ৰকাশ কৰি চাকৰি হেৰুৱালে মুম্বাইৰ এগৰাকী বিদ্যালয়ৰ অধ্যক্ষই। বৰ্খাস্ত অধ্যক্ষ পাৰবীন শ্বেখে অভিযোগ কৰে যে বিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্ত ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত।

মুম্বাইৰ বিদ্যালয়খনৰ নাম সোমাইয়া বিদ্যাবিহাৰ।শেহতীয়াকৈ বিদ্যালয় কৰ্তৃপক্ষই এক বিবৃতি প্ৰকাশ কৰি অধ্যক্ষক অপসাৰণ কৰাৰ সিদ্ধান্তৰ কাৰণ ব্যাখ্যা কৰে। তেওঁলোকে কয়, ‘শেহতীয়াকৈ পাৰবীন শ্বেখৰ ব্যক্তিগত ছ’চিয়েল মিডিয়াৰ কাৰ্যকলাপ আমাৰ দৃষ্টিগোচৰ হৈছে। সোমাইয়া স্কুলত তেওঁ উচ্চ পদত অধিষ্ঠিত আছিল। আমি তেওঁৰ পোষ্টবোৰ আমি পালন কৰা মূল্যবোধৰ সৈতে অসঙ্গতিপূৰ্ণ বুলি বিবেচনা কৰোঁ। আমি মত প্ৰকাশৰ স্বাধীনতাক তীব্ৰ সমৰ্থন জনাইছো। আমিও বিশ্বাস কৰোঁ যে মত প্ৰকাশৰ স্বাধীনতা নিৰপেক্ষ নহয়। আনৰ প্ৰতি থকা দায়িত্ব মনত ৰাখি আৰু তেওঁলোকৰ মৰ্যাদা ৰক্ষা কৰি মতামত প্ৰকাশ কৰিব লাগে। আমাৰ ঐক্য আৰু সৰ্বাংগীন নীতি নিশ্চিত কৰিবলৈ সোমাইয়া বিদ্যাবিহাৰে পাৰবীন শ্বেইখৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিলে।’

জানিব পৰা মতে, পাৰবীন শ্বেখক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পূৰ্বে তেওঁৰ বিষয়ে এটা নিউজ পৰ্টেলত বাতৰি প্ৰকাশ পোৱাৰ পাছত পদত্যাগ কৰিবলৈ কোৱা হৈছিল৷খবৰ অনুসৰি পাৰবীন শ্বেখে পেলেষ্টাইন আৰু হামাছৰ হৈ ছ’চিয়েল মিডিয়াত নিজৰ মতামত প্ৰকাশ কৰিছে।

Apply Now

১৪ এপ্ৰিলত এই খবৰ বিয়পি পৰাৰ পাছত শিক্ষকগৰাকীৰ সৈতে দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত ১৬ এপ্ৰিলত পদত্যাগ কৰিবলৈ কোৱা হয়। পাৰবীন শ্বেখে কৰ্তৃপক্ষৰ সিদ্ধান্ত মানি ল’বলৈ সন্মত নহয় বুলি কয়। তেওঁ উত্তৰ দিলে, বাৰ বছৰ সেৱাৰ অন্তত পাঁচ বছৰৰ মূৰত মই অধ্যক্ষ হৈ পৰিলোঁ। কিয় পদত্যাগ কৰিম?

চাকৰিৰ পৰা বৰ্খাস্ত অধ্যক্ষগৰাকীয়ে কয় যে পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে তেওঁক লিখিতভাৱে স্পষ্টীকৰণ দিবলৈ কোৱা হৈছিল। এই বিষয়ে কথা পাতি থাকোঁতে কিছুদিন পাছত ছ’চিয়েল মিডিয়াৰ পৰা গম পালে যে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। শেহতীয়াকৈ পাৰবীনে কৈছে যে, দেশৰ আইন-আদালতৰ ওপৰত মোৰ আস্থা আছে।মই আইনী যুদ্ধৰ বাবে প্ৰস্তুতি চলাইছো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd