• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হত্যাকাৰীক গ্ৰেপ্তাৰ : কিয় হত্যা কৰিলে যোৰহাটৰ কনিষ্ঠ চিকিৎসক ৰাহুল বসুমতাৰীক?

‘সি মোৰ লগত বেয়া কৰিলে সেই কাৰণে মাৰি পেলালো’ কেমেৰাৰ আগত অকপট স্বীকাৰোক্তি হত্যাকাৰীৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , September 6, 2020 4:59 pm

2 min read

680
VIEWS
Share on FacebookShare on Twitter

যোৰহাটৰ কনিষ্ঠ হোমিওপেথিক চিকিৎসক ডাঃ ৰাহুল বসুমতাৰীৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত দিগন্ত তাঁতী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে।

২৪ ঘণ্টা নহওঁতেই কালি নিশা হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যোৰহাট আৰক্ষী।

হত্যাকাৰী দিগন্ত তাঁতীয়ে নিজ মুখে স্বীকাৰ কৰিছে চিকিৎসক ৰাহুল বসুমতাৰীক হত্যাৰ কৰা কথা।

অৱশ্যে বৰ্তমানো হত্যাৰ কাৰণ জানিব পৰা নাই যদিও হত্যাকাৰীৰ দিগন্ত তাঁতীয়ে মন্তব্য কৰে যে চিকিৎসকগৰাকীয়ে তেওঁৰ লগত ‘বেয়া কৰাৰ বাবে’ হত্যাকাণ্ডটো সংঘটিত বুলি কৰা স্বীকাৰ কৰিছে।

‘সি মোৰ লগত বেয়া কৰিলে, সেইকাৰণে মাৰি পেলালো।‘ হত্যাকাৰীয়ে অকপট স্বীকাৰোক্তি দি সংবাদ মাধ্যমৰ আগত কয়।

উল্লেখ্য যে, শনিবাৰৰ নিশা যোৰহাটৰ চিনামৰা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে হত্যাকাৰী দিগন্ত তাঁতীক।

দিগন্ত তাঁতীক গ্ৰেপ্তাৰৰ পাছতেই উদ্ধাৰ হৈছে মৃত ৰাহুল বসুমতাৰীৰ এ এছ ০৩ ৱাই ৮২৮১ নম্বৰৰ থান্ডাৰ্বাড বাইক আৰু ম’বাইল ।

টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ সমীপৰ মানুহ এঘৰত কালি পুৱা প্ৰায় ৬:৩০ বজাত বাইকখন ৰাখিছিল হত্যাকাৰী দিগন্তই।

হত্যাকাৰী দিগন্ত তাঁতী পেচাত এজন ৰং মিস্ত্ৰী বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে যোৰহাটৰ চন্দন নগৰৰ ভাড়াঘৰত অতি নৃশংসভাৱে হত্যা কৰা হৈছিল ডাঃ ৰাহুল বসুমতাৰী নামৰ কনিষ্ঠ চিকিৎসকজনক।

নিজৰ শোৱা কোঠাতে পাচলি কটা কটাৰীৰে ডিঙি ৰেপি হত্যা কৰা হৈছিল চিকিৎসকজনক।

আৰক্ষীয়ে অতি তৎপৰতাৰে অভিযান চলাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত দিগন্ত তাঁতীক। যোৰহাট আৰক্ষীৰ এয়া যেন এক বৃহৎ সাফলতা।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd