• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

by
July 17, 2025 6:45 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জীৱনত সফলতাৰ দৌৰত কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই বুলি বহুতে বিশ্বাস কৰে। কিন্তু জীৱনৰ এই দৌৰত অত্যধিক কাম কৰিলে সঁচাকৈয়ে সফলতা লাভ হয় নে? জাপানৰ পৰম্পৰাগত কৰ্ম সংস্কৃতিয়ে অতিৰিক্ত কামক উৎসাহিত কৰিছিল। এসময়ত এনে কৰ্ম সংস্কৃতিত বিশ্বাস কৰা জাপানে এতিয়া সলনি কৰিছে এনে কৰ্ম সংস্কৃতি। এতিয়া তেওঁলোকে ‘মুৰি শ্বিনাই দে’ৰ দৰ্শন গ্ৰহণ কৰিছে। এই জাপানী বাক্যাংশৰ অৰ্থ হৈছে ‘অত্যধিক নকৰিবা’ বা ‘যথেষ্ট, আৰু নহয়’। ই মূলত এটা সুস্থ কৰ্ম সংস্কৃতিৰ কথা কয়, য’ত কেৱল কাম নহয়, শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰো গুৰুত্ব দিয়।

জাপানত পূৰ্বতে কঠোৰ কৰ্ম সংস্কৃতিৰ ফলত অত্যধিক কামৰ বোজাত মানুহ অসুস্থ হৈ পৰিছিল। এনে পৰিস্থিতিত জাপানে এই কৰ্মসংস্কৃতি গ্ৰহণ কৰি উৎপাদনশীলতা বৃদ্ধিৰ বাবে মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ গুৰুত্ব সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰিছে। ‘মুৰি শ্বিনাই দে’ই এই নতুন দৃষ্টিভংগীক প্ৰতিফলিত কৰে, যিয়ে মানুহক অত্যধিক কামৰ হেঁচাৰ পৰা মুক্ত হৈ সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ প্ৰেৰণা দিয়ে। এই বাক্যাংশই কেৱল কৰ্মক্ষেত্ৰৰ কথাই নহয়, জীৱনৰ সামগ্ৰিক ভাৰসাম্যৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। অফিচৰ টাৰ্গেট আৰু ডেডলাইনৰ হেঁচাত বহুতে টোপনি হেৰুৱাইছে, যাৰ ফলত শৰীৰ আৰু মনৰ ওপৰত বেয়া প্ৰভাৱ পৰিছে। এই পৰিস্থিতিৰ পৰা মুক্তিৰ বাবে ‘মুৰি শ্বিনাই দে’ই এক ব্যৱহাৰিক সমাধানৰ পথ দেখুৱায়।

Apply Now

‘মুৰি শ্বিনাই দে’ৰ দৰ্শন জীৱনত কেনেকৈ প্ৰয়োগ কৰিব পাৰি?

প্ৰথমে, স্বাস্থ্যক অগ্ৰাধিকাৰ দিব লাগে। অত্যধিক কামৰ পৰা জিৰণি লৈ শৰীৰ আৰু মনৰ যত্ন লোৱাটো জৰুৰী। সফলতাৰ বাবে সুস্থ শৰীৰ আৰু মন অতি প্ৰয়োজনীয়। দ্বিতীয়তে, কৰ্ম আৰু জীৱনৰ ভাৰসাম্য ৰক্ষা কৰিব লাগে। বাস্তৱিক লক্ষ্য নিৰ্ধাৰণ কৰি, বিৰতি লৈ আৰু ব্যক্তিগত আনন্দ উপভোগ কৰি জীৱনটোক অধিক পূৰ্ণতা দিয়া সম্ভৱ। তৃতীয়তে, ব্যক্তিগত চখ পূৰ্ণ কৰা আৰু পাৰিবাৰিক জীৱনৰ প্ৰতি সময় দিয়াটো গুৰুত্বপূৰ্ণ। ‘মুৰি শ্বিনাই দে’ই কেৱল কঠোৰ পৰিশ্ৰমৰ বিৰোধিতা নকৰে, বৰঞ্চ জীৱনৰ বিভিন্ন দিশ উপভোগ কৰাৰ সুবিধাৰ কথাও কয়। এই জাপানী প্ৰবচনে সকলোকে কৰ্মৰ গতি অলপ মন্থৰ কৰি, নিজৰ সীমা বুজি সুস্থ জীৱনৰ জৰিয়তে সফলতাৰ পথত আগবাঢ়িবলৈ উৎসাহিত কৰে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd