• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেৰালাৰ এটা ৩০০ বছৰ পুৰণি মন্দিৰ, য’ত দেৱতাক প্ৰসাদ হিচাবে আগবঢ়োৱা হয় কেৱল চকলেট!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 3, 2020 7:52 pm

2 min read

a munch murugan_0
313
VIEWS
Share on FacebookShare on Twitter

এটা ৩০০ বছৰ পুৰণি মন্দিৰ।

মন্দিৰৰ দেৱতাক পূজা কৰিবলৈ ভক্তই নিব নালাগে কোনো ফল-মূল অথবা বুটমাহ ।

কেৰালাৰ এই মন্দিৰৰ দেৱতা মুৰুগানে ভালপায় কেৱল চকলেট।

সেইবাবেই মুৰুগান দেৱতাক সন্তুষ্ট কৰিবলৈ ভক্তই আন প্ৰসাদৰ সলনি নিয়ে কেৱল চকলেট।

আচৰিত কথাটো হ’ল মুৰুগান দেৱতাৰ মূৰ্তিত ফুলৰ মালাৰ পৰিবৰ্তে পিন্ধাই ৰখা হৈছে চকলেটৰ মালা।

কেৰালাৰ এই মন্দিৰৰ  প্ৰকৃত নাম চেমথ শ্ৰী সুব্ৰমণিয়ম স্বামীৰ মন্দিৰ।

মন্দিৰটোলৈ প্ৰতিদিনে শ শ ভক্তৰ আগমণ ঘটি আহিছে।

a murugan 2_1

সকলোৱে হাতে হাতে প্ৰসাদ হিচাবে কেৱল চকলেট লৈ অহাৰ বাবে মন্দিৰৰ ভিতৰ ভাগ ভৰি পৰিছে চকলেটেৰে।

স্থানীয় লোকসকলে প্ৰকাশ কৰা মতে ৩০০ বছৰ পুৰণি এই মন্দিৰটোলৈ ভক্তই প্ৰসাদ হিচাবে আগবঢ়োৱা চকলেট সকলোৰে মাজত বিলাই দিয়া হয়।

কেৰালাৰ স্থানীয় লোকৰ মতে দৰাচলতে মুৰুগান হৈছে শিৱৰ শিশু পুত্ৰ।

শিশুৱে চকলেট ভালপোৱাৰ দৰেই শিৱ পুত্ৰ মুৰুগানেও চকলেট ভালপায়। মন্দিৰটোলৈ মানস কৰি যিয়ে প্ৰসাদ হিচাবে চকলেট আগবঢ়ায় তেওঁৰেই মনোকামনা পূৰণ হয় বুলি স্থানীয় লোকসকলে বিশ্বাস কৰি আহিছে।

স্থানীয় একাংশ লোকে প্ৰকাশ কৰা মতে  মুৰুগান দেৱতাক চকলেট দিয়াটো ৬ বছৰ  মানৰ পৰাই বেছিকৈ হ’বলৈ ধৰিছে।

৬ বছৰমান পূৰ্বে এটি শিশু জটিল ৰোগত আক্ৰান্ত হোৱাৰ পিছত শিশুটিৰ পৰিয়ালে মুৰুগান দেৱতাক চকলেট আগবঢ়াব বুলি মানস কৰিছিল।

ইয়াৰ পিছতে শিশুটি সুস্থ হৈ উঠে।  তেতিয়াৰে পৰা সকলোৱে মন্দিৰত সৰহকৈ চকলেট আগবঢ়াবলৈ আৰম্ভ কৰে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd