• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সংগীত শিল্পী মানস ৰবীন আৰু তেওঁৰ পত্নী কোভিড-১৯ পজিটিভ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , September 8, 2020 1:43 pm

1 min read

WhatsApp Image 2020-09-08 at 1.40.16 PM

পত্নীৰ সৈতে শিল্পী মানস ৰবীন। ফটো উৎস: ইন্টাৰনেট

802
VIEWS
Share on FacebookShare on Twitter

সংগীত পৰিচালক তথা কণ্ঠশিল্পী মানস ৰবীন কোভিড-১৯ পজিটিভত আক্ৰান্ত হৈছে।

মঙলবাৰে কৰোৱা এন্টিজেন টেষ্টত পজিটিভ আহে কণ্ঠশিল্পী গৰাকীৰ।

তেওঁৰ লগতে তেওঁৰ পত্নী সুমিতা বৰুৱাৰো কোভিড পজিটিভ অহা বুলি জানিব পৰা গৈছে।

এক ফেচবুক পোষ্টযোগে কণ্ঠশিল্পীগৰাকীয়ে নিজে এই কথা জনাইছে।

“মোৰ Covid-19 ৰ টেষ্ট পচিটিভ পোৱা গৈছে। লগতে মোৰ শ্ৰীমতীৰো। এইকেইটা দিনত আমাৰ সংস্পৰ্শলৈ অহা প্ৰতিজনকে টেষ্ট কৰি ল’বলৈ আৰু সাৱধানে থাকিবলৈ অনুৰোধ জনালোঁ ।” নিজৰ অফিচিয়েল পেইজৰ পৰা এই অনুৰোধ জনাইছে কণ্ঠশিল্পী গৰাকীয়ে।

WhatsApp Image 2020-09-08 at 1.11.10 PM

উল্লেখযোগ্য যে, অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা — ১২৮২৪৪ গৰাকী ৷

ৰাজ্যত সম্প্ৰতি ৩১০৪৮ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷

ইয়াৰে সুস্থ হোৱা ৰোগীৰ সংখ্যা ৯৬৮২৩ গৰাকী আৰু কোভিডত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা হৈছে ৩৭০ গৰাকী।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd