• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দাড়ি ৰাখি চাকৰি হেৰুৱালে আৰক্ষী উপ-পৰিদৰ্শকে; দেশৰ ক’ত ঘটিল এই ঘটনা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2020 2:31 pm
715
VIEWS
Share on FacebookShare on Twitter

বিনা অনুমতিত দাড়ি ৰখাৰ অভিযোগত উত্তৰ প্ৰদেশ আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শকক নিলম্বন কৰাৰ ঘটনাই দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে।

চাকৰিৰ পৰা নিলম্বন হোৱা উপ-পৰিদৰ্শকজন হৈছে ইনছাৰ আলী।

জানিব পৰা মতে আলীক দাড়ি কটাৰ বাবে তিনিবাৰকৈ নিৰ্দেশ দিয়া হৈছিল আৰু দাড়ি দীঘল কৰাৰ বাবে অনুমতি ল’বও কোৱা হৈছিল।

কিন্তু আৰক্ষী বিষয়াজনে এই কথা অবজ্ঞা কৰি দাড়ি নকটাকৈ থাকে।

এই ঘটনাটো হৈছে ৰমালা থানাৰ। আৰক্ষী বিভাগৰ বিনা অনুমতিত দাড়ি ৰখাৰ বাবে থানাৰ উপ-পৰিদৰ্শক ইনছাৰ আলীক আৰক্ষী অধীক্ষকে নিলম্বন কৰে।

আলীক দাড়ি কাটিবলৈ তিনিবাৰকৈ কোৱা হৈছিল যদিও তেওঁ এই নিৰ্দেশ অমান্য কৰাত এই শাস্তিমূলক ব্যৱস্থ্যা গ্ৰহণ কৰিবলৈ বাধ্য হয় বুলি আৰক্ষী অধীক্ষক অভিষেক সিঙে কয়।

আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে, নিয়ম অনুসৰি শিখসকলৰ বাহিৰে আন কোনো আৰক্ষী কৰ্মীয়ে দাড়ি ৰাখিব নোৱাৰে।

আৰক্ষী অধীক্ষকজনে কয়, ‘যদি কোনো আৰক্ষী কৰ্মীয়ে দাড়ি ৰাখিব খোজে, তেন্তে তেওঁ বিভাগৰ পৰা অনুমতি লোৱাটো প্ৰয়োজনীয়। ইনছাৰ আলীক বাৰম্বাৰ অনুমতি ল’বলৈ কোৱা হৈছিল কিন্তু তেওঁ এই কথা নুশুনিলে’।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd