• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গোমাংস বিক্ৰীৰ অভিযোগত লাঠিৰে কোবাই মাটিত বগৰাই পেলোৱা হ’ল এজন লোকক, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2021 8:57 pm
(ভিডিঅ'টোৰ এটা স্ক্ৰীণশ্বট)

(ভিডিঅ'টোৰ এটা স্ক্ৰীণশ্বট)

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৰক্ষক বাহিনীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হ’ল এজন ধৰ্মীয় সংখ্যালঘু লোক।

যোগীৰাজ্য উত্তৰপ্ৰদেশৰ মোৰাদাবাদ জিলাৰ এখন গাঁৱত দেওবাৰে আবেলি এই ঘটনা  সংঘটিত হৈছে।

Apply Now

এজন মুছলিম লোকে গোমাংস বিক্ৰী কৰাৰ অভিযোগত এটা দুৰ্বৃত্তৰ দলে তেওঁক আক্ৰমণ কৰে।

দলটোক নেতৃত্ব দিয়া লোকজনে নিজকে গোৰক্ষক বুলি পৰিচয় দিয়ে।

ঘটনাটোৰ এটা ভিডিঅ’ত দেখা পোৱা গৈছে যে ভুক্তভোগীজনক গোৰক্ষকসকলে লাঠিৰে কোবাই মাটিত বগৰাই দিছে।

ভুক্তভোগীৰ ভাতৃৰ অভিযোগমৰ্মে এই সম্পৰ্কত এটা গোচৰ ৰুজু হৈছে।

গোচৰটোত কোৱা হৈছে গোৰক্ষক বাহিনীটোৱে ভুক্তভোগীজনে এখন স্কুটাৰl ৫০ কেজি ম’হৰ মাংস কঢ়িয়াই নিয়াৰ অৱস্থাত আক্ৰমণৰ লক্ষ্য কৰি লয়।

তদুপৰি গোৰক্ষক বাহিনীটোৱে ভুক্তভোগীজনৰ পৰা ৫০,০০০ টকাৰো দাবী কৰে আৰু আৰক্ষীক অভিযোগ নিদিবলৈ ভাবুকি প্ৰদান কৰে।

আনহাতে, গোৰক্ষক বাহিনীয়েও ভুক্তভোগীজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

গোচৰটোত ভুক্তভোগীজনে জীৱহত্যা, বেমাৰ বিয়পোৱা আৰু ক’ভিড লকডাউন ভংগ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।

ভুক্তভোগীজনৰ নাম মহম্মদ শ্বাকিৰ বুলি জানিব পৰা গৈছে।

थाना कटघर क्षेत्रान्तर्गत हुयी घटना के सम्बंध में #SSP @moradabadpolice की बाईट। थाना कटघर पर मुकदमा पंजीकृत किया गया है। अभियुक्तों की गिरफ्तारी हेतु पुलिस टीमें गठित की गई है। संभावित ठिकानों पर लगातार दबिश दी जा रही है। विधिक कार्यवाही शीघ्र पूर्ण की जायेगी। @Uppolice @dgpup pic.twitter.com/JKG7xStbAT

— MORADABAD POLICE (@moradabadpolice) May 24, 2021

গোৰক্ষকৰ গোচৰৰ ভিত্তিত ভুক্তভোগী শ্বাকিৰক আৰক্ষীয়ে আটক কৰে যদিও জামিনত মুক্তি লাভ কৰে।

আনহাতে, মনোজ ঠাকুৰ নামৰ গোৰক্ষক বাহিনীক নেতৃত্ব দিয়া লোকজনক এতিয়ালৈকে আৰক্ষীয়ে আটক কৰা নাই।

মোৰাদাবাদ আৰক্ষীয়ে সোমবাৰে জনোৱামতে, এই সম্পৰ্কত চাৰিজন লোকক আটক কৰা হৈছে আৰু দুজন লোক ধৃত অৱস্থাত আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd