• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আহিল ৰাম মন্দিৰ, নাহিল চেতনা! জয় শ্ৰী ৰাম ধ্বনি সম্বলিত ফটোৰ বাবেই…

জয় শ্ৰী ৰাম ধ্বনি সম্বলিত ফটোৰ বাবেই মুছলমান ব্যক্তিক নিৰ্যাতন হিন্দুত্ববাদী নেতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2024 6:38 pm
ram mandir
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২২ জানুৱাৰীত অযোধ্যাত উদ্বোধন হ’ব ৰাম মন্দিৰৰ। যোৱা শতিকাৰ শেষৰ দশকতে দেশৰ ৰাজনীতিত এক বিতৰ্কৰ বিষয় হৈ পৰা ৰাম মন্দিৰ অৱশেষত অযোধ্যাত প্ৰতিষ্ঠা হ’ল।

হিন্দু ধৰ্মত ভগৱান জ্ঞান কৰা ৰামক লৈ পিছে কট্টৰ হিন্দুত্ববাদীসকলৰ মাজত একপ্ৰকাৰৰ উগ্ৰতাৰহে প্ৰকাশ পোৱা সময়ে সময়ে পৰিলক্ষিত হয়। শেহতীয়াকৈ পুনৰ পোহৰলৈ আহছে এনে এক ঘটনা।

Apply Now

দোকানত আঁৰি ৰখা ‘জয় শ্ৰী ৰাম’ ধ্বনি সম্বলিত এখন ফটোৰ বাবেই একাংশ হিন্দুত্ববাদী লোকৰ নিৰ্যাতনৰ বলি হৈছে এগৰাকী মুছলমান ব্যক্তি। এই ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ ডেৰাডুনত।

প্ৰকাশিত খবৰ অনুসৰি, ৰাকেশ বৰাই নামৰ এজন হিন্দু লোকৰ হৰিদ্বাৰ পথত অৱস্থিত আমন জেনেৰেল ষ্ট’ৰ নামৰ এখন দোকান আছিল। তেওঁ নিজৰ দোকানখন গিৰিশ নামৰ এগৰাকী ব্যক্তিক ভাড়াত দিছিল।

দোকানখনৰ পৰিচালনাৰ বাবে গিৰিশে শ্বাহনবাজ নামৰ এজন মুছলমান ব্যক্তিক নিযুক্তি দিছিল। দোকানখন ভাড়াত দিয়াৰ সময়ত স্বত্বাধিকাৰী বৰৈয়ে ভাড়াতীয়া গিৰিশক দোকানখনৰ পৰিচয় সলনি নকৰিবলৈ আহ্বান জনায়।

লগতে তেওঁ দোকানখনত নিজা মালিকীস্বত্ব অক্ষত অৱস্থাত থকাটো নিশ্চিত কৰিবলৈ দোকানৰ আচবাব-সামগ্ৰী মডেল আঁতৰ কৰাতো বাৰণ কৰে। সেই মতেই দোকানখনত উলমি থাকে এখন জয় শ্ৰী ৰাম ধ্বনি সম্বলিত ফটো।

যোৱা ৯ জানুৱাৰীত এক হিন্দুত্ববাদী গোটৰ নেত্ৰী ৰাধা ধোনী আৰু তেওঁৰ একাংশ সহযোগী দোকানখনলৈ সোমাই আহে। দোকানখনত আঁৰি থোৱা ৰামৰ ফটো আৰু জয় শ্ৰী ৰাম ধ্বনি সম্বলিত পোষ্টাৰখনক লৈ আপত্তি প্ৰদৰ্শন কৰে।

ধৰ্মীয় আৱেগক আঘাত কৰা বুলি দাবী কৰি তেওঁলোকে বলপূৰ্বকভাৱে পোষ্টাৰখন আঁতৰাই দিয়াৰ লগতে দোকানখন পৰিচালনা কৰা শ্বাহনবাজ নামৰ ব্যক্তিগৰাকীকো হাৰাশাস্তি কৰে।

এই ঘটনাৰ ভিডিঅ’ কিছু সময়ৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে আৰু তাৰ পাছতে আৰক্ষীয়ে হিন্দুত্ববাদী গোটটোৰ সদস্যসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। এই ঘটনাই দুয়োটা সম্প্ৰদায়ৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd