• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদ্য প্ৰকাশিত এন আৰ চিলৈ পূৰ্ণ সমৰ্থন মুছলিম ষ্টুডেণ্ট ফেডাৰেশ্যনৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 4, 2019 2:44 pm
press meet

সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য প্ৰকাশিত এনআৰচিক লৈ অসন্তুষ্টি প্ৰকাশ কৰি বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে এন আৰ চিৰ চূড়ান্ত তালিকাৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে মুছলিম ছাত্ৰ ফেডাৰেশ্যন অসম শাখাই।

সংগঠনটোৱে মঙলবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এনআৰচিক লৈ সন্তুষ্টি প্ৰকাশ কৰে।

Apply Now

‘এন আৰ চিখন আমি সমৰ্থন জনাইছো। সমৰ্থন নকৰিলে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা হ’ব। এন আৰ চি প্ৰক্ৰিয়াটো সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে চলিছিল, গতিকে ভাৰতীয় হিচাপে ইয়াক সন্মান জনোৱাটো জৰুৰী।‘ ফেডাৰেশ্যনৰ ৰাজ্যিক সভাপতি তৌচিফ হুছেইনে সংবাদমেলত এইদৰে কয়।

ইপিনে, যিবোৰ ৰাজনৈতিক দল অথবা অৰাজনৈতিক সংগঠনে এন আৰ চিৰ চূড়ান্ত তালিকাখন মানি ল’ব খোজা নাই সেইসমূহক ‘ফেচিষ্ট’ আখ্যা দিয়ে হুছেইনে।

‘যিসকল ফেচিষ্ট দল-সংগঠনে এন আৰ চিখন মানি ল’ব খোজা নাই, তেওঁলোকে আওপকীয়াকৈ সংবিধানৰ ওপৰত বা উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস নথকাৰ কথাটোৱে বুজাইছে।‘ হুছেইনে এইদৰে কয়।

হুছেনৰ প্ৰশ্ন ‘যিসকলে এন আৰ চি মানি ল’ব বিচৰা নাই, তেওঁলোকৰ বিশেষ কাৰণটো কি? তেওঁলোকে কেনেকৈ গম পালে এই এন আৰ চিত বাংলাদেশীৰ নাম সোমাইছে? তেওঁলোকে স্কেনাৰ দি চাইছিল নেকি?’

ইপিনে, এন আৰ চিখনত কম বেছি পৰিমাণে ত্ৰুটি থকাটো স্বাভাৱিক’ বুলি মন্তব্য কৰি হুছেইনে লগতে কয় ‘সেই সামান্য ত্ৰুটিৰ বাবেই যে সমগ্ৰ এন আৰ চিখন নসাৎ কৰাটো আমি কোনো পধ্যেই মানিব নোখোজো। এই বিদেশী সমস্যাক লৈ আৰু ৫০ বছৰ যুঁজ কৰি দেশখন পিছুৱাই নিব নিবিচাৰো’।

অৱশ্যে, যিসকল ভাৰতীয়ৰ নাম এই এন আৰ চিৰ পৰা বাদ পৰিছে, তেওঁলোকৰ বাবে বিনামূলীয়াকৈ আইনী সাহায্য প্ৰদান কৰাৰো আশ্বাস দিয়ে সংগঠনটোৱে।

আনহাতে, উক্ত সংবাদমেলতে উপস্থিত থকা ছাত্ৰ সংগঠনটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক দাহাৰ উদ্দিন খানে বিজেপি বিধায়ক শিলাদিত্য দেবক আক্ৰমণৰ লক্ষ্য কৰি লয়।

শিলাদিত্যক কটাক্ষ কৰি তেওঁ কয়, ‘শিলাদিত্যই এন আৰ চিক লৈ এটাৰ পাছত আন এটা মন্তব্য দিছে। শিলাদিত্যই আনকি আজান পীৰকো অৱমাননা কৰিলে। বিজেপিয়ে শিলাদিত্যৰ নিচিনা এটা মানুহক দলৰ পৰা উলিয়াই দিব লাগিছিল।‘

তদুপৰি, ‘শিলাদিত্য কেতিয়াও অসমীয়া হ’ব নোৱাৰে,’ এই মন্তব্য কৰি তেওঁ লগতে কয় ‘একো মস্তিষ্ক নথকা মানুহ এটা বিধায়ক হৈছে। তেওঁ বাংলাদেশী। উচ্চতম ন্যায়ালয়ে ভালদৰে নজৰ দিলে গম পাব আচলতে শিলাদিত্যৰ নাম এন আৰ চিত আহিব নালাগিছিল।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd