• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰৰ নতুন বছৰত দেশখনে মুকলি কৰি দিব ৯০০০ গৰাকী কাৰাবন্দীক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2019 6:57 pm
Mynmer

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰৰ পৰম্পৰাগত নতুন বছৰৰ আৰম্ভণিতে দেশখনৰ চৰকাৰে বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ৯০০০ গৰাকী কাৰাবন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত কৰিছে।

কাৰাবন্দীসকলক মুকলি কৰি দিয়া সন্দৰ্ভত দেশখনৰ ৰাষ্ট্ৰপতি য়িন মিয়িন্টে কয় যে মানবীয় দৃষ্টিকোণ আৰু শান্তিৰ সমৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি নতুন বছৰত ১৬ গৰাকী বিদেশী কাৰাবন্দীকে ধৰি মুঠ ৯,৩৫৩ গৰাকী কাৰাবন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হয়।

Apply Now

ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ ফেইচবুক একাউণ্টত প্ৰকাশ কৰা মতে এতিয়াও কোনবোৰ কাৰাবন্দীক মুকলি কৰি দিয়া হ’ব সেই বিষয়ত গৃহ মন্ত্ৰালয় পৰ্য্যায়ত বিচাৰ-বিবেচনা চলি আছে।

এচিচটেণ্ট এচোচিয়েট ফ’ৰ প’লিটিকেল প্ৰিজ’নাৰছ নামৰ এটা মানৱ অধিকাৰ সংস্থাই প্ৰকাশ কৰা মতে মুকলি কৰি দিবলগীয়া কাৰাবন্দীসকলৰ মাজত দুজন ৰাজনৈতিক কাৰাবন্দীও আছে। সংস্থাটোৰ মতে দেশখনত প্ৰায় ৩৬৪ জন খিলঞ্জীয়া সংখ্যালঘু ৰাজনৈতিক কাৰাবন্দীয়ে সেনাক সমালোচনা কৰাৰ অপৰাধত কাৰাবাস খাটি আছে।

আনহাতে, বিভাগীয় গোপনীয়তা আইন (Official Secrets Act.) ভংগৰ অপৰাধত দেশখনত আটক হোৱা ৰয়টাৰ্ছৰ সাংবাদিক দুজনক বৰ্তমান মুকলি কৰি দিয়াৰ কোনোধৰণৰ সম্ভাৱনা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

June 25, 2026 11:18 am
প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

June 25, 2026 11:18 am
প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd