• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অতি অমানৱীয় : শতাধিক জনতাক হত্যা কৰি নৈশ ভোজত ব্যস্ত ম্যানমাৰ সেনা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2021 2:53 pm
Myanmar-10
471
VIEWS
Share on FacebookShare on Twitter

যোৱা ১ ফেব্ৰুৱাৰিত জুণ্টাই ম্যানমাৰৰ ক্ষমতা হস্তগত কৰাৰ পিছৰে পৰা পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীত দেশখনৰ জনতাই সামৰিক শাসকৰ বিৰুদ্ধে অব্যাহত ৰাখিছে উত্তাল গণতান্ত্ৰিক প্ৰতিবাদ।

দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া ৰাষ্ট্ৰখনৰ প্ৰতিখন সৰু বৰ চহৰতে দেশখনত পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীত দেশখনৰ জনতাই অব্যাহত ৰখা নিৰস্ত্ৰ প্ৰতিবাদীকাৰীৰ ওপৰত নিৰ্মমভাৱে গুলীয়াই হত্যা কৰাৰ পিছত ম্যানমাৰৰ সেনাই নিশা নৈশ ভোজ আয়োজন কৰাৰ দৰে অতি অমানৱীয় কাণ্ড পোহৰলৈ আহিছে।

উল্লেখ্য যে ম্যানমাৰৰ ইতিহাসত ক’লা দিন ৰূপে বিবেচিত যোৱা শনিবাৰে জুণ্টাৰ সেনাই ১৪১ গৰাকী নিৰস্ত্ৰ প্ৰতিবাদকাৰীক হত্যা কৰিছিল।

১৪১ গৰাকী নিৰস্ত্ৰ প্ৰতিবাদকাৰীক বৰ্বৰভাৱে হত্যা কৰাৰ পিছেত সেই নিশাই ম্যানমাৰৰ জুণ্টা প্ৰধান মিন আং লেইঙে আয়োজন কৰিছিল নৈশ ভোজৰ।

সামৰিক প্ৰধান মিন আং লেইঙে দেশখনৰ ‘সামৰিক দিৱস’ উদযাপনেৰে শতাধিক নিৰস্ত্ৰ জনতাক হত্যা কৰি এই নৈশ ভোজৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে।

লগতে পঠক : ম্যানমাৰ আৰক্ষীৰ ওপৰত কাচিন ইণ্ডিপেণ্ডেনছ আৰ্মিৰ আক্ৰমণ : ২০ৰো অধিক জোৱান নিহত

ইতিমধ্যে সামাজিক মাধ্যমতো ম্যানমাৰ সেনা শাসকৰ নৈশ ভোজৰ ছবি ভাইৰেল হৈ পৰিছে।

ইয়াৰ পিছতে সমগ্ৰ বিশ্বই জুণ্টাৰ এই অমানৱীয় আৰু নাৰকীয় কাণ্ডক অতি কঠোৰ ভাষাৰে গৰিহণাৰ লগতে নিন্দা দিয়া পৰলিক্ষিত হৈছে।

ইউৰোপীয়ান ইউনিয়নসহ ১২ খন ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে জুণ্টাৰ এই নিষ্ঠুৰতাক তীব্ৰ ভাষাৰে নিন্দা কৰিছে।

ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বিডেনো ম্যানমাৰৰ সামৰিক শাসকৰ এই নাৰকীয় ঘটনাক তীব্ৰা ভাষাৰে গৰিহণা দিছে।

বিশ্বৰ নিন্দা, গৰিহণা, কৰ্কথনাক কোনো গুৰুত্ব দিয়া নাই জুণ্টাই। প্ৰতিদিনে জুণ্টাৰ সেনাই গুলীবৰ্ষণ কৰি হত্যা কৰি আহিছে নিৰস্ত্ৰ প্ৰতিবাদকাৰীক। সোমবাৰেও জুণ্টাৰ সেনাই ১৯ গৰাকী প্ৰতিবাদকাৰীক হত্যা কৰিছে।

Recent News

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd