• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ-পূবৰ সাংসদলৈ সকীয়নি ম্যানমাৰৰ: বিবাদিত উপত্যকা ঘূৰাই অনাৰ দাবীয়ে আঘাত কৰিব দুই দেশৰ দ্বিপাক্ষিক সম্পৰ্কত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2025 11:02 am
193
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ মিজোৰাম আৰু মণিপুৰৰ সাংসদসকলৰ বক্তব্যক লৈ ম্যানমাৰৰ সামৰিক শাসনে অসন্তুষ্টি প্ৰকাশ কৰিছ। এনে মন্তব্যই দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কত আঘাত কৰিব পাৰে বুলি সকীয়াই দিছে দেশ খনে।

১০ মাৰ্চত ৰাজ্যসভাত মণিপুৰৰ সাংসদ সনাজাওবা লেইচেম্বাই দিয়া পৰামৰ্শৰ পিছতে এই বিতৰ্কৰ সৃষ্টি হয়। লেইচেম্বাই ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি আৰু ১৮৩৪ চনৰ কাবাৱ উপত্যকা চুক্তি অনুসৰি ম্যানমাৰৰ কাবাৱ উপত্যকা মণিপুৰলৈ ঘূৰাই অনা বা ভাৰতক ক্ষতিপূৰণ প্ৰদান কৰাৰ আহ্বান জনাযছিল। তেওঁ দাবী কৰে যে ২২,২১০ বৰ্গ কিলোমিটাৰ উপত্যকাটো ১৪৫০ চনৰ পৰা মণিপুৰৰ “অবিচ্ছেদ্য অংগ” আছিল যদিও ১৯৫৩ চনৰ ৩ মাৰ্চত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বাৰ্মাক (বৰ্তমান ম্যানমাৰ) “উপহাৰ” দিছিল।

১৩ মাৰ্চত ম্যানমাৰৰ সামৰিক মুখপাত্ৰ মেজৰ জেনেৰেল জ’ মিন টুনে সকীয়াই দিছিল যে বিদেশী ৰাজনীতিবিদসকলে ম্যানমাৰৰ সাৰ্বভৌমত্ব আৰু দ্বিপাক্ষিক সম্পৰ্কৰ সম্ভাৱ্য ক্ষতি কৰিব পৰা উদ্দেশ্য প্ৰণোদিত কাৰ্য্যৰ পৰা বিৰত থাকিব লাগে। তেওঁ ম্যানমাৰৰ সাৰ্বভৌমত্বক সন্মান জনোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ইয়াৰ উপৰিও মিজোৰামৰ ৰাজ্যসভাৰ সদস্য কে. ভানলালভেনাই ম্যানমাৰৰ চিন জনসাধাৰণক ভাৰতত যোগদান কৰিবলৈ আহ্বান জনাইছিল, বিভাজিত কৰাহোৱা জাতিগত সম্পৰ্কৰ কথা উল্লেখ কৰিছিল।

সাংসদ দুগৰাকীৰ এই মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ম্যানমাৰৰ  চৰকাৰে দাবী কৰিছে যে ৰাজনৈতিক উদ্দেশ্যৰ দ্বাৰা প্ৰেৰিত হৈ তেওঁলোকে এনে মন্তব্য কৰিছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd