• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ম্যানমাৰত আকৌ আৰম্ভ হৈছে গৃহযুদ্ধ : চিন্তাত টোপনি নাই ভাৰতৰ,  কিয় জানেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2023 4:12 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰত আৰম্ভ হৈছে গৃহযুদ্ধ। সেনা আৰু বিদ্ৰোহীৰ সংঘাতত ম্যানমাৰৰ জন্টা চৰকাৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰিছে।

ম্যানমাৰ-চীন সীমান্তৰ এক বৃহৎ অংশ এতিয়া বিদ্ৰোহীৰ নিয়ন্ত্ৰণত। ম্যানমাৰৰ এই গৃহযুদ্ধই ভাৰতক এতিয়া সংকটৰ সন্মুখলৈ ঠেলি দিছে। আশংকা কৰা হৈছে যে ম্যানমাৰৰ এই গৃহযুদ্ধৰ বাবে শৰণাৰ্থীৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে ভাৰত।

Apply Now

 উল্লেখ্য যে ম্যানমাৰৰ এই সংঘাত আজি তাৰিখত সৃষ্টি হোৱা সংঘাত নহয়। ২০২১ চনত ম্যানমাৰত এই সংঘাত আৰম্ভ হয়। সেই যুদ্ধৰ সময়তো শৰণাৰ্থীসকলে ম্যানমাৰৰ সীমান্ত পাৰ হৈ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছিল। নতুনকৈ গৃহযুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ম্যানমাৰত প্ৰায় এক লাখ লোক গৃহহীন হৈ পৰিছে।

অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম – এই চাৰিখন ৰাজ্যৰ লগত ম্যানমাৰৰ আছে ১৬০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমা। এই ৰাজ্যসমূত ১৫০ টাতকৈও অধিক স্থানীয় সম্প্ৰদায়ে বাস কৰে। ইতিমধ্যেই ম্যানমাৰৰ পৰা অহা শৰণাৰ্থীৰ বিৰুদ্ধে যুঁজিবলৈ এই চাৰিখন ৰাজ্যৰ স্থানীয় বাসিন্দাই হাতত অস্ত্ৰ তুলি লৈছে। 

ম্যানমাৰৰ পৰিস্থিতি যদি অধিক বেয়া হয়, তেন্তে এই বিশাল সীমান্তৱৰ্তী অঞ্চল অস্থিৰ হৈ পৰাৰ সম্ভাৱনা আছে। অস্ত্ৰ সম্বৰণ কৰা উগ্ৰপন্থী সংগঠন সমূহে পুনৰ অস্ত্ৰ তুলি লোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে মণিপুৰৰ অশান্তিৰ আঁৰত ম্যানমাৰৰ একাংশ সংগঠনৰ ভূমিকা সন্দৰ্ভত নিশ্চিত হৈছে চোৰাংচোৱা সংস্থা। গতিকে, ম্যানমাৰৰ অশান্ত পৰিস্থিতিয়ে মণিপুৰৰ পৰিস্থিতিও আকৌ অশান্ত কৰি তুলিব পাৰে।

ইয়াতেই শেষ নহয়। জন্টা চৰকাৰৰ সৈতে ভাৰতৰ ভাল সম্পৰ্ক আছে, যাৰ বাবে ম্যানমাৰৰ সীমান্তৰ মাজেৰে ড্ৰাগছ আৰু অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ ঘটনাই বিশেষ মূৰ তুলিব পৰা নাই। 

এইবাৰ পুনৰ বিদ্ৰোহীয়ে ক্ষমতা লাভ কৰিলে তেওঁলোকে কি ভূমিকা পালন কৰিব সেই সম্পৰ্কে নিশ্চিত নহয় দিল্লী। আৰু আটাইতকৈ ডাঙৰ ভয়টো হ’ল ম্যানমাৰৰ এনে পৰিস্থিতিত চীনে ৰচনা কৰিব পাৰে বিভিন্ন ধৰণৰ কৌশল।

চোৰাংচোৱা তথ্য অনুসৰি ম্যানমাৰৰ পৰিস্থিতি সলনি হোৱাৰ লগে লগে চীনে খেলপথাৰত প্ৰৱেশ কৰিছে। অস্তিত্বৰ সংকটত পৰা দেশখনক তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিব বিচাৰে। ম্যানমাৰৰ উগ্ৰপন্থী সংগঠনে পুনৰ অস্ত্ৰ তুলি লোৱাৰ সম্ভাৱনা মনত ৰাখি বৰ্তমান ভাৰত হাই এলাৰ্টত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd