DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈয়ে ডিঙিত পিতলৰ ৰিং পিন্ধা এই জনগোষ্ঠীটো আছে আমাৰ কাষতেই

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2020 9:29 am
ring 22222222
990
VIEWS
Share on FacebookShare on Twitter

আজীৱন ডিঙিত পিতলৰ ৰিং পিন্ধি থকা জনগোষ্ঠীটোৱে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।়

জনগোষ্ঠীটোৰ প্ৰতি গৰাকী নাৰীয়ে ডিঙিত দীঘল পিতলৰ ৰিং পিন্ধাটো বাধ্যতামূলক।

এই জনগোষ্ঠীটোৱে বাস কৰে অসমৰ নিচেই কাষতে।

অসমৰ পৰা ম্যানমাৰৰ দূৰত্ব বৰ বেছি নহয়। ভাৰত-ম্যানমাৰ সীমান্তৰ কায়াহ প্ৰদেশৰ বাসিন্দা এই জনগোষ্ঠীটোৰ নাম কায়ান।

যুগ যুগ ধৰি কায়ান জনগোষ্ঠীৰ নাৰী সকলে ডিঙিত উজ্জ্বল পিতলৰ ৰিং পিন্ধি আহিছে।

এনেদৰে পিতলৰ ৰিং পিন্ধাৰ বিষয়ত জনগোষ্ঠীটোৰ লোক সকলে এটা বিশেষ কাৰণ থকা বুলি কয়।ring1

 

ম্যানমাৰৰ ঘন জংঘলে আৱৰি ৰখা কায়াহ প্ৰদেশ তাহানিৰ দিনৰে পৰা আজিলৈকে বাঘৰ উপদ্ৰৱ অব্যাহত আছে।

বাঘে জনগোষ্ঠীটোৰ বহুতৰে প্ৰাণ কাঢ়ি নিছে। জনগোষ্ঠীটোৰ লোকসকলে ভাবে যে ঘৰতে থকা মহিলা সকলক বাঘে সহজে আক্ৰমণ কৰিব পাৰে।

সেইবাবেই কায়ান জনগোষ্ঠীৰ সকলো নাৰীয়েই বাঘে যাতে ডিঙিত কামুৰি মৃত্যু ঘটাব নোৱাৰে তাৰ বাবে ডিঙিত পিতলৰ দীঘল ৰিং পিন্ধাৰ পৰম্পৰা আৰম্ভ কৰিছিল।

আধুনিকতাৰ পোহৰেৰে আলোকিত হোৱাৰ পিছতো ম্যানমাৰৰ এই জনগোষ্ঠীটোৱে পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিছে।

আনকি ম্যানমাৰৰ বাহিৰত কৰ্মৰত জনগোষ্ঠীটোৰ যুৱতী সকলেও এই পৰম্পৰা ধৰি ৰাখিছে।

Recent News

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd