• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰহস্য! অপহৰণ, কেকো সাপৰ ব্যৱসায় আৰু এটা পাক ঘূৰণি খোৱা অপৰাধৰ কাহিনী

উত্তম শইকীয়া/অনিৰ্বাণ পাঠক by উত্তম শইকীয়া/অনিৰ্বাণ পাঠক
September 26, 2019 5:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন যুৱকৰ অপহৰণ কাণ্ড। যুৱকজনৰ নাম মাইনা গগৈ। ঘৰ তেওঁৰ গোলাঘাটৰ মেৰাপানীত। তিনিদিন পূৰ্বে যুৱকজনক অপহৰণ হৈছিল।

যুৱকজনক মুকলি কৰি দিয়াৰ বিনিময়ত অপহৰণকাৰীয়ে বিচাৰিছিল ২০ লাখ টকাৰ মুক্তিপন।

Apply Now

অৱশেষত গোলাঘাটৰ বোকাখাত আৰক্ষীয়ে ওৰাং আৰক্ষীৰ সহযোগত অভিযান চলাই ওদালগুৰিৰ কোপাতি গাঁৱৰ পৰা যুৱজনক উদ্ধাৰ কৰে।

আৰক্ষীয়ে ঘটনা সংক্ৰান্তত মুস্তাফা আহমেদ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে।

ইপিনে, আৰক্ষীয়ে মাইনা গগৈক উদ্ধাৰ কৰাৰ পাছতেই পোহৰলৈ আহিছে আন এক ঘটনা।

ঘটনা অনুসৰি, দেউতাকৰ এজন বন্ধুৰ সৈতে তেওঁ কলিয়াবৰলৈ আহিছিল। দেউতাকৰ বন্ধুজনৰ নাম নোমল চুতীয়া। লোকজনে কেকো সাপৰ ব্যৱসায়ৰ সৈতে জড়িত।

কেকো সাপ কিনিবলৈ অহা এটা দলৰ সৈতে মাইনা গগৈ কলিয়াবৰলৈ আহিছিল। ইয়াৰ পৰাই তেওঁৰ অপহৰণ হোৱা বুলি কোৱা হৈছে।

মাইনা গগৈক মুস্তাফা আহমেদ নামৰ লোকজনে আবদ্ধ কৰি ৰাখিছিল।মুস্তাফাৰ মতে মাইনাই কেকো সাপ কিনিবলৈ আহিছিল।

মুস্তাফাই জানিবলৈ দিয়া মতে, মাইনাক দেখুওৱা হৈছিল ১৬ ইঞ্চি দীঘল এডাল কেকো সাপ। কিন্তু মাইনাই চুই দিওতেই কেকো ডাল মৰি যায়। গতিকে কেকো ডালৰ দাম ২০ লাখৰ কিছু অংশহে দিবলৈ কৈছিল।

মুস্তাফা আহমেদৰ বিস্ফোৰক ভাষ্যত প্ৰকাশ পাইছে যে কেকো সাপডাল হেনো বন বিভাগৰহে আছিল।

বন বিভাগে কেকো ডাল টোপ হিচাপে দি চোৰ ধৰিবলৈ ফিৰোজ নামৰ এজন লোকক নিয়োগ কৰিছিল। উক্ত ফিৰোজে আকৌ সেই কামৰ দায়িত্ব দিছিল মুস্তাফাক।

ফিৰোজ বৰ্তনাম পলাতক হৈ আছে। তদুপৰি, মাইনা গগৈক লৈ অনা বোকাখাতৰ কেইবাজনো লোকৰ দলটোও পলাতক হৈ আছে।

বোকাখাত আৰক্ষীয়ে মুস্তাফা আহমেদক জিম্মাত লৈ এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

শেহতীয়াকৈ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৬৪(এ) ধাৰাৰ অধীনত ২৬৭/১৯ নং গোটৰ এটা ৰুজু কৰিছে।

বোকাখাত আৰক্ষীয়ে ভেলাগুৰি, মেৰাপানীৰ পৰা আমিৰ হুছেইন, নূৰ হুছেইন,আজিজুৰ ৰহমান আৰু নুমল চুতীয়া নামৰ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

ঘটনাৰ তদন্তৰ পাছতহে হয়তো প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ।

উত্তম শইকীয়া/অনিৰ্বাণ পাঠক

উত্তম শইকীয়া/অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd