DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাত কৰ্মৰত ফৰেষ্ট বেটেলিয়ন কৰ্মীৰ ৰহস্যজনক মৃত্যু; আৰক্ষীক অভিযোগ পৰিয়ালৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
November 6, 2018 11:25 am
IMG_20181106_084445 (1) (1)

ফটো : নৰ্থ-ইষ্ট নাও

206
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ আমগুৰি বন শিৱিৰত কৰ্মৰত ফৰেষ্ট বেটেলিয়ন কৰ্মী অজিত বৰাই যোৱা নিশা মৃত্যুক সাৱটি লোৱাৰ পাছতে এতিয়া সমগ্ৰ ঘটনাটো এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

উল্লেখ্য যে ফৰেষ্ট বেটেলিয়নৰ হাবিলদাৰ অজিত বৰাৰ মৃত্যু এক ৰহস্যজনক আখ্যা দি পৰিয়ালৰ লোকে আজি পুৱা  বোকাখাত আৰক্ষী থানাত এক অভিযোগ দাখিল কৰে। শাৰিৰীক অত্যাচাৰৰ ফলতেই অজিত বৰাই এনেদৰে অস্বাভাৱিক মৃত্যুক আকোৱালি লোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে।

জানিব পৰা মতে অজিত বৰাই যোৱা নিশা কৰ্মৰত অৱস্থাতে অত্যাধিক মদ্যপান কৰিছিল। যাৰ বাবে তেওঁক বনকৰ্মীয়ে জখলাবন্ধা আৰক্ষী থানালৈ নি আৰক্ষীক চমজাই দিছিল। পিছত আৰক্ষীয়ে অজিত বৰাৰ মেডিকেল টেষ্ট সম্পন্ন কৰি বোকাখাতৰ সাপজুৰিত থকা বাসগৃহত থৈ আহে।

ফৰেষ্ট বেটেলিয়ন কৰ্মী অজিত বৰাক তেওঁৰ ঘৰৰ বাৰান্দাতে মুমুৰ্ষ অৱস্থাত এৰি থৈ আহিছিল আৰক্ষীয়ে। আৰু ইয়াৰ কিছু সময়ৰ পাছতে ৰহস্যজনকভাৱে মৃত্যু হয় অজিত বৰাৰ। এনেদৰে হঠাৎ মৃত্যুবৰণ হোৱা কাৰ্যক সহজভাৱে ল’ব নোৱাৰি পৰিয়ালৰ লোকে বোকাখাত আৰক্ষীক মৃত্যু সন্দৰ্ভত এক অভিযোগ দাখিল কৰে।

পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিতে আজি পুৱা অজিত বৰাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। সম্প্ৰতি ফৰেষ্ট বেটেলিয়ন কৰ্মী অজিত বৰাৰ মৃত্যুক লৈ এক বিতৰ্কৰ সূত্ৰপাত হোৱা পৰিলক্ষিত হৈছে সাপজুৰি অঞ্চলত।

Recent News

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd