• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত বাহৰ NSCN (IM) ৰ শীৰ্ষ নেতৃত্বৰ, খ্ৰীষ্টমাছৰ পূৰ্বে নগা শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 6, 2021 11:56 am
Naga peace accord
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক খ্ৰীষ্টমাছৰ আগতে স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে নগা শান্তি চুক্তি।

NSCN(IM)গোটৰ শীৰ্ষ নেতৃত্বই মঙলবাৰে দিল্লীত আলোচনাৰ বাবে উপস্থিত হৈছে। কেন্দ্ৰইও শীঘ্ৰেই এই সমস্যাটো সমাধান কৰিবলৈ আগ্ৰহী বুলি উল্লেখ কৰিছে।

NSCN(IM)ৰ সাধাৰণ সম্পাদক থুইঙ্গালেং মুইভা, NSCN (IM)ৰ সামূহিক নেতৃত্ব দূত ভি এছ আতেম আৰু আৰ এইচ ৰেইজিংৰ দৰে অন্যান্য শীৰ্ষ নেতাসকলে পৰৱৰ্তী বৈঠকৰ কাৰ্যসূচী আৰু তাৰিখ চূড়ান্ত কৰিবলৈ দিল্লীত উপস্থিত হৈছে।

Apply Now

ইণ্টেলিজেঞ্চ ব্যুৰোৰ প্ৰাক্তন বিশেষ সঞ্চালক এ কে মিশ্ৰ চৰকাৰৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকিব।

অৱশ্যে নগা শান্তি আলোচনাৰ বাবে মিশ্ৰক নতুন মধ্যস্থতাকাৰী হিচাপে নিযুক্তি দিয়াৰ বিষয়ে এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই যদিও চৰকাৰে ইতিমধ্যে এই বিষয়ত নিশ্চিত বুলি ইংগিত দিছে।

শেহতীয়াকৈ NSCN (IM)লৈ লিখা এখন পত্ৰত মিশ্ৰক প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ প্ৰতিনিধি হিচাপে সম্বোধন কৰা হৈছে।

উল্লেখ্য যে তেওঁৰ আগতে আৰ এন ৰবিয়ে নগা শান্তি চুক্তিৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল যদিও এক বিতৰ্কৰ ফলশ্ৰুতিত তেওঁ এই পদৰ পৰা পদত্যাগ কৰিছিল।

প্ৰায় দুবছৰৰ পিছত এই বৰ্ষৰ ২০ ছেপ্টেম্বৰত ডিমাপুৰত নগা শান্তি আলোচনা পুনৰ আৰম্ভ হয়। এই বৈঠকত বিদ্ৰোহী সংগঠনটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ সৈতে আলোচনাত মিলিত হয়।

NSCN(IM)ৰ নেতৃবৰ্গৰ সৈতে বৈঠকত মিলিত হোৱাৰ আগতে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিল্লীত আলোচনাত মিলিত হৈছিল আৰু নেডাৰ আহ্বায়ক গৰাকীক নগা শান্তি আলোচনাত এক মুখ্য ভূমিকা গ্ৰহণ কৰিবলৈ প্ৰক্ষেপ কৰা হৈছিল।

এই বৈঠকত দুয়োপক্ষই নগা ৰাজনৈতিক সমস্যাৰ সমাধান অতি সোনকালে নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে।

NSCN (IM) ৰ এজন শীৰ্ষ বিষয়াৰ মতে নাগালেণ্ডত শান্তি আৰু উন্নয়ন ত্বৰান্বিত কৰিবৰ বাবে দুয়োপক্ষই আগ্ৰহী হৈছে। খ্ৰীষ্টমাছৰ আগতে শান্তি চুক্তি সম্পন্ন হোৱাৰ সম্ভাৱনা আছে।

কেন্দ্ৰ আৰু NSCN(IM)- এ ২০১৫ চনৰ ৩ আগষ্ট তাৰিখে ফ্ৰেমৱৰ্ক চুক্তি স্বাক্ষৰ কৰিছিল।
২০১৭ চনত নাগা ৰাষ্ট্ৰীয় ৰাজনৈতিক গোটৰ সৈতে সমান্তৰাল আলোচনা আৰম্ভ হৈছিল আৰু একে বছৰতে সন্মত স্থিতি স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd