• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

নাগালেণ্ডৰ সৌন্দৰ্যৰাণী লিভিকালি ছুমিৰ আকস্মিক মৃত্যু : শোকস্তব্ধ সমগ্ৰ ৰাজ্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 1, 2018 12:52 pm

1 min read

66444424
202
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ সৌন্দৰ্যৰাণী লিভিকালি ছুমিৰ আকস্মিক মৃত্যুৱে সমগ্ৰ নাগালেণ্ডকেই শোকগ্ৰস্ত কৰি তুলিছে। ছুমিৰ মৃত্যুৰ বাতৰি পাই নাগালেণ্ডৰ বিভিন্ন অংশৰ পৰা তেওঁৰ নিকটাত্মীয়সকলৰ প্ৰতি গভীৰ সমবেদনাৰ বাৰ্তা আহিছে। এক সুন্দৰ ব্যক্তিত্ব আৰু প্ৰতিযোগিতাত প্ৰদৰ্শন লাভ কৰা সাফল্যৰ বাবে তেওঁৰ নাগালেণ্ডত বিশেষ পৰিচিতি আছে।

ছুমিয়ে ৰিগালিয়া এণ্টাৰটেইনমেণ্ট নাগালেণ্ডৰ প্ৰথম সংস্কৰণ জিৰ’ ম’ডেল হাণ্ট-২০১৫ৰ খিতাপ জয় কৰিছিল। তেওঁ ৰিগালিয়াৰ আনুষ্ঠানিক ম’ডল আছিল। তেওঁ মিছ ছুমি প্ৰতিযোগিতাৰ প্ৰথম ৰানাৰ-আপ খিতাপ আৰু ২০১৬ চনত মিছ পাৰ্ফেক্ট ১০ উপ-শিৰোনাম জয় কৰিছিল। একোটা বছৰতে এটা প্ৰখ্যাত কোম্পানিৰ তিনিটা খিতাপ জয় কৰা প্ৰথম ম’ডেল আছিল।

উক্ত কোম্পানিটোৰ উপৰিও তেওঁ আৰু ভালেমান খিতাপ জয় কৰিছিল। ২০১৬ চনতেই তেওঁ নৰ্থ ইষ্ট জুৱেল কুইনৰ ৰানাৰ-আপ খিতাপ জয় কৰিছিল। ২০১৫ চনৰ পৰাই নাগালেণ্ডৰ সৌন্দৰ্যৰাণীগৰাকীয়ে ভাএমান শিল্পীৰ সৈতে কাম কৰিছিল আৰু ভালেমান শ্ব’ত অংশগ্ৰহণ কৰিছিল।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd