• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগালেণ্ডত ২৫ গৰাকী লোক নতুনকৈ ক’ৰ’না আক্ৰান্ত; ২১৫ গৰাকী চিকিৎসাৰ অন্তত সুস্থ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 20, 2020 8:58 pm

1 min read

নাগালেণ্ডত ২৫ গৰাকী লোক নতুনকৈ ক’ৰ’না আক্ৰান্ত; ২১৫ গৰাকী চিকিৎসাৰ অন্তত সুস্থ
99
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডত নতুনকৈ ২৫ গৰাকী লোক ক’ৰ’না প’জিটিভ হিচাপে চিনাক্ত হৈছে। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৩৫৮৩ গৰাকীলৈ বৃদ্ধি পায়।

এই সম্বন্ধে নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ  পাংগানু ফোমে উল্লেখ কৰে যে, ৮২৭ টা নমুনাৰ পৰীক্ষাৰ ভিতৰত ২৫ গৰাকী ক’ৰ’না আক্ৰান্ত চিনাক্ত হয়।

‘‘আপডেট! ৮২৭ টা ক’ৰ’না পৰীক্ষাৰ ভিতৰত ২৫ গৰাকী নতুন ক’ৰ’না প’জিটিভ ৰোগী পোৱা গৈছে,’’ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে টুইটাৰ যোগে উল্লেখ কৰে।

নাগালেণ্ডত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ২৫ গৰাকী লোকৰ ভিতৰত ১৫ গৰাকী ডিমাপুৰ জিলাৰ, ৯ গৰাকী কহিমা আৰু এগৰাকী মুন জিলাৰ।

আনহাতে, স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ২১৫ গৰাকী ক’ৰ’না আক্ৰান্ত লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে বুলিও লগতে কয়।

ক’ৰ’নাৰ পৰা আৰোগ্য হৈ উঠা ২১৫ গৰাকী লোকৰ ভিতৰত ১৯২ গৰাকী ডিমাপুৰ, ২১ গৰাকী কহিমা আৰু ২ গৰাকী জুনেবটোৰ।

নাগালেণ্ডত বৰ্তমানলৈ মুঠ ১৯২১ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’নাৰ পৰা আৰোগ্য হৈ উঠিছে।

ৰাজ্যখনত সাত গৰাকী লোকে ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

Recent News

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

index.jpgaa

ৰঙালীৰ উছাহৰ মাজতে বজালীত কোভিডৰ আগ্ৰাসন : শনিবাৰে জিলাখনত আৰু ৫ গৰাকী আক্ৰান্ত

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd