DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

নাগালেণ্ডত ৮১.৯৪% আৰু মেঘালয়ত ৭৪.৩২% ভোটেৰে ভোটগ্ৰহণৰ সমাপ্তি : ২ মাৰ্চত ওলাব ফলাফল

উল্লেখ্য যে অহা ২ মাৰ্চত ফলাফল ঘোষণা কৰা হ’ব উত্তৰ পূৰ্বাঞ্চলৰ এই দুই ৰাজ্যৰ বিধান সভাৰ ফলাফল। নাগালেণ্ডত ১৩ লাখতকৈ অধিক ভোটাৰে ৫৯ টা সমষ্টিত প্ৰতিনিধিত্ব কৰা ১৮৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। আনহাতে প্ৰায় ২২ লাখ ভোটাৰে নিৰ্ণয় কৰিব মেঘালয়ৰ ৫৯ টা সমষ্টিত প্ৰতিনিধিত্ব কৰা ৩৬৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2023 12:29 pm
132
VIEWS
Share on FacebookShare on Twitter

যোৱা সোমবাৰে নাগালেণ্ড আৰু মেঘালয়ত অনুষ্ঠিত হৈ যায় বিধান সভাৰ নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈকে হোৱা ভোট গ্ৰহণৰ সময়ত না না বিক্ষপ্ত ঘটনাই জোকাৰি যায় দুই ৰাজ্য। যদিও নিৰ্বাচনী বিধি মতে ৪ বজালৈকে ভোট গ্ৰহণ কৰাৰ কথা আছিল তথাপি কিছু কিছু ভোট কেন্দ্ৰত ৪ বাজি যোৱাৰ পিছতো ভোটদান প্ৰক্ৰিয়া চলি থাকে।

তাৰ মাজতো বিপুল পৰিমাণৰ জনতাই ভোট দান কৰে দুই ৰাজ্যত। মেঘালয়ত ৭৪.৩১ শতাংশ ভোটাৰৰ বিপৰীতে নাগালেণ্ডত ৮১.৯৮ শতাংশ ভোটাৰে সাব্যস্ত কৰে ভোটাধিকাৰ।

উল্লেখ্য যে অহা ২ মাৰ্চত ফলাফল ঘোষণা কৰা হ’ব উত্তৰ পূৰ্বাঞ্চলৰ এই দুই ৰাজ্যৰ বিধান সভাৰ ফলাফল। নাগালেণ্ডত ১৩ লাখতকৈ অধিক ভোটাৰে ৫৯ টা সমষ্টিত প্ৰতিনিধিত্ব কৰা ১৮৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। আনহাতে প্ৰায় ২২ লাখ ভোটাৰে নিৰ্ণয় কৰিব মেঘালয়ৰ ৫৯ টা সমষ্টিত প্ৰতিনিধিত্ব কৰা ৩৬৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

Recent News

বন্দুকৰ গুলী হেৰুওৱাৰ শাস্তি; সমগ্ৰ চহৰতে লকডাউন জাৰি কৰিলে কিম জং-উনে

বন্দুকৰ গুলী হেৰুওৱাৰ শাস্তি; সমগ্ৰ চহৰতে লকডাউন জাৰি কৰিলে কিম জং-উনে

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি  ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd