DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘হৰ্নবিল মহোৎসৱ’ত নিষিদ্ধ কৰা হ’ল ধঁপাতজাতীয় সামগ্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
November 28, 2019 9:17 am
Hornbill_Festival_

প্ৰতিনিধিত্বমূলক চিত্ৰ

2.9k
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ প্ৰসিদ্ধ তথা ঐতিহাসিক হৰ্ণবিল মহোৎসৱত গুটখা, পাণ মছলা আৰু তেনেধৰণৰ অন্য সামগ্ৰীত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

বুধবাৰে নাগালেণ্ডৰ কহিমাৰ উপায়ুক্তই এই কথা জানিবলৈ দিয়ে।

কহিমাৰ উপায়ুক্ত তথা জিলাস্তৰীয় সমন্বয় কমিটিৰ অধ্যক্ষ গ্ৰিগ’ৰি থেজাৱেলীয়ে জানিবলৈ দি কয় যে কিছামাৰ হেৰিটেজ ভিলেজত অনুস্থিত হ’ব লগীয়া হৰ্ণবিল মহোৎসৱত ধঁপাতজাতীয় সমাগ্ৰীৰ বিক্ৰীত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইয়াৰ উপৰি বিষয়াগৰাকীয়ে কয় যে ‘দা চিগাৰেট এণ্ড আদাৰ টবেকো প্ৰডাক্টছ এক্ট’- ২০০৩ৰ অনুসৰি ৰাজহুৱা স্থানত চিগাৰেট বা তেনেধৰণৰ অন্য সামগ্ৰী সেৱনত পূৰ্বৰে পৰা নিষেধাজ্ঞা আছে।

কোনো লোকে যদি মহোৎসৱস্থলিত চিগাৰেট বা তেনেধৰণৰ অন্য সামগ্ৰী বিক্ৰী বা সেৱন কৰে তেন্তে তেওঁক আইন অনুসৰি শাস্তি প্ৰদান কৰা হ’ব বুলি জানিববলৈ দিয়ে।

নাগালেণ্ডৰ ঐতিহ্যপূৰ্ণ হৰ্ণবিল মহোৎসৱত শান্তি-শৃংখলা অটুত ৰখাৰ স্বাৰ্থত প্ৰশাসনে গ্ৰহণ কৰা এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে।

Recent News

Independence day

স্বাধীনোত্তৰ ভাৰতৰ পাঁচ ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সিদ্ধান্ত

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

Independence Day

বিজ্ঞান আৰু প্ৰযুক্তিৰ ৭৫ বছৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd