DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰূপহীহাট কাণ্ড : শক্তি বিভাগৰ বিৰুদ্ধে গোচৰ তৰিব বদৰুদ্দিন আজমলে

মিণ্টু দাস by মিণ্টু দাস
September 22, 2018 8:13 pm
badruddin-ajmal
636
VIEWS
Share on FacebookShare on Twitter

নগাঁও ৰূপহীহাটৰ খাটোৱালত ২১ ছেপ্তেম্বৰত সংঘটিত মৰ্মান্তিক ঘটনাৰ বাবে শক্তি বিভাগৰ বিৰুদ্ধে জমিয়তৰ হৈ গোচৰ তৰিব এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে।

উল্লেখযোগ্য যে  ৰূপহীহাটৰ খাটোৱালত বিদ্যুতস্পৃষ্ট হৈ ছয়জনকৈ লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি ঘটনাস্থলীত উপস্থিত হৈ আজমলে এই কথা সদৰী কৰে।

Nagaon electrocution case

বিদ্যুৎ বিভাগৰ অৱহেলা আৰু অকৰ্মণ্যতাৰ বাবই উক্ত দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় বুলি মন্তব্য কৰা আজমলে নিহত লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে নিহতৰ পৰিয়াললৈ দহ হাজাৰ আৰু আহতসকলক পাঁচ হাজাৰ টকাকৈ প্ৰদান কৰে। ইয়াৰ উপৰি তেওঁ নিহত ব্যক্তিৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা ১০ লাখ টকাকৈ ক্ষতিপূৰণৰ দাবী তোলে।

আজমলৰ লগতে ঘটনাস্থলীত উপস্থিত হৈ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে বিদ্যুৎ বিভাগৰ লগতে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। আনহাতে, ৰূপহীহাট বিধান সভা সমষ্টিৰ বিধায়ক নুৰুল হুদাই নিহতসকলৰ পৰিয়ালৰ সদস্যক চক্ৰ বিষয়াৰ উপস্থিতিত ২.৫০ লাখ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰে।

কালি উক্ত ঘটনাৰ পিছতে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ উপৰি বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ নেতা-কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে বিদ্যুৎ বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

Recent News

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd