• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2024 7:01 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

398
VIEWS
Share on FacebookShare on Twitter

নগাঁও লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আবু ছামাক এগৰাকী মহিলাক ধৰ্ষণ আৰু ব্লেকমেইলিঙৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

কেইমাহ পূৰ্বে তেওঁৰ ফাৰ্মাচীত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। সোমবাৰে (২০ মে’) অসম আৰক্ষীৰ এগৰাকী বিষয়াই এই কথা প্ৰকাশ কৰিছে।

ভুক্তভোগীয়ে নগাঁও জিলাৰ জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যে ছামাই ঔষধ ক্ৰয় কৰিবলৈ তেওঁৰ ফাৰ্মাচীলৈ যোৱাৰ সময়ত তেওঁক ধৰ্ষণ কৰিছিল।

লগতে পঢ়কঃ ধৰ্ষণৰ বলি হোৱা মহিলাৰ ক্ষেত্ৰত নিষিদ্ধঘোষিত ‘টু ফিংগাৰ টেষ্ট’ অব্যাহত ৰখাৰ বাবে মেঘালয় চৰকাৰক ধমক উচ্চতম ন্যায়ালয়ৰ

তেওঁ লগতে দাবী কৰে যে ছামাই এই নিগ্ৰহৰ ৰেকৰ্ডিং কৰিছিল আৰু ভিডিঅ’টো ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰাৰ ভাবুকি দি তেওঁৰ পৰা প্ৰায় ৫ লাখ টকা ধন দাবী কৰিছিল।

গ্ৰেপ্তাৰৰ পিছত দেওবাৰে (১৯ মে’) ছামাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

আনুসংগিক এক ঘটনাত ছামাই দাখিল কৰা প্ৰথম তথ্য প্ৰতিবেদন (এফআইআৰ)ৰ ভিত্তিত জুৰীয়াৰ দুজন সাংবাদিককো গ্ৰেপ্তাৰ কৰা হয়।

তেওঁৰ উল্লেখিত অপৰাধৰ বাতৰি সম্প্ৰচাৰ নকৰাৰ বিনিময়ত সাংবাদিকসকলে তেওঁৰ পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰে।

লগতে পঢ়কঃঅসমত দিনক দিনে বৃদ্ধি পাইছে গাৰ্হস্থ্য হিংসা  : স্বামীৰ চোকা অস্ত্ৰত প্ৰাণ গ’ল পত্নীৰ

আৰক্ষীয়ে কয় যে আমি দুয়োটা গোচৰৰ তদন্ত কৰি আছো আৰু পৰৱৰ্তী পৰ্যায়তহে অধিক সবিশেষ জানিব পৰা যাব।

যোৱা ২৬ এপ্ৰিলত অসমৰ নগাঁও লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। 

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd