• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চামগুৰিত নকল টকা ছপা কৰা মেচিনসহ প্ৰায় ১২ লক্ষাধিক টকাৰ নকল টকা জব্দ; ৬ জনক গ্ৰেপ্তাৰ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
August 25, 2019 9:41 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ চামগুৰিত আৰক্ষীৰ এটা দলে দেওবাৰে পুৱতি নিশা নকল টকা ছপা কৰা এটা বৃহৎ অসাধু চক্ৰক উৎখাত কৰবিলৈ সক্ষম হয়। এই ঘটনাই সমগ্ৰ অঞ্চল জুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জী কলিতাৰ নেতৃত্বত চামগুৰি আৰু নগাঁও সদৰ আৰক্ষীৰ যৌথ অভিযানত আৰক্ষীৰ দলটোৱে উৎখাত কৰিবলৈ সক্ষম হয় বৃহৎ চক্ৰটো।

Apply Now

এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীৰ দলটোৱে চামগুৰিৰ গেন্ধালি-বেবেজীয়া গাঁও, সোণাৰিবালি আৰু আমনিত দেওবাৰে পুৱতি নিশা প্ৰায় ৪ বজা পৰ্য্যন্ত চলাইছিল ব্যাপক অভিযান।

অভিযানকালত আৰক্ষীৰ দলটোৱে চামগুৰিৰ গেন্ধালি বেবেজীয়া গাঁৱৰ পৰা ক্ষীৰোদ বৰগোহাঁই, মহিম গগৈ আৰু সোণাৰিবালিৰ পৰা কামাল উদ্দীন নামৰ তিনিজন লোকক কৰায়ত্ত কৰে।

তাৰোপৰি পৰৱৰ্তী সময়ত আমনিৰ এখন হোটেলৰ পৰা লক্ষীমপুৰ জিলাৰৰ বিহপুৰীয়াৰ সুৰুজ আলী, ৰছিদ আলী আৰু বিল্লাল হুছেইন নামৰ আন তিনিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে এটা নকল টকা ছপা কৰা অত্যাধুনিক মেচিন, নগদ প্ৰায় নকল ১২লক্ষাধিক ৫০০ টকাৰ নোটৰ বাণ্ডেল, এখন মটৰ চাইকেলসহ কেইবাটাও ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।

ধৃত চক্ৰটোৱে চামগুৰিৰ গেন্ধালি বেবেজীয়া গাঁৱৰ ক্ষীৰোদ বুঢ়াগোহাঁইৰ এটা ঘৰ ভাৰাত লৈ দীৰ্ঘদিন ধৰি নকল টকা ছপা কৰাৰ ৰমৰমীয়া বেহা চলাই আহিছিল বুলি ইতিমধ্যেই আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত পোহৰলৈ আহিছে বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক।

বৰ্তমান ধৃত লোককেইজনৰ ওপৰত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। ধৃত কেইজনৰ স্বৃকাৰোক্তিৰ ভিত্তিত পৰৱৰ্তী সময়তো আৰক্ষীৰ দলটোৱে পুনৰ নগাঁও জিলাৰ বিভিন্ন স্থানত অভিযান চলোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে আৰক্ষীৰ এক বিশেষ সূত্ৰই।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd