• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁও আমনিৰ ধৰ্ষণকাণ্ডৰ অপৰাধী ৰাজেশক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদালতৰ

NE NOW NEWS বিদ্যুত জ্যোতি বৰা
চামগুৰি , August 31, 2018 10:48 pm

1 min read

nagaon rape accused Rajesh dhar
105
VIEWS
Share on FacebookShare on Twitter

কালি আৰক্ষীয়ে আটক কৰা নগাঁৱৰ আমনিত যোৱা ২৮ আগষ্টত সংঘটিত ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত ৰাজেশ ধৰক আৰক্ষীয়ে আজি নগাঁও আদালতত হাজিৰ কৰায়।

আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে আদালতে তেওঁক চাৰি চেপ্তেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক ধৰ্ষণৰ বাতৰিটোৰ সবিশেষ কিদৰে ৰাতিৰ ট্ৰাকে আৰক্ষীক গতাইছিল ধৰ্ষিতাক?

আনহাতে আটক কৰাৰ পিছত কালি নিশাই চামগুৰি আৰক্ষীয়ে অপৰাধী ৰাজেশক লগত লৈ ধৰ্ষণকাণ্ড সংঘটিত কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে যদিও বাতৰি লিখা পৰলৈকে এল্টত ৰাজেশৰ সৈতে অহা আনকেইগৰাকী ধৰ্ষণকাৰীৰ বিষয়ে তেওঁৰ পৰা কি তথ্য লাভ কৰিলে সেই বিষয়ে তদন্তৰ খাতিৰত সংবাদ মাধ্যমৰ আগত একো প্ৰকাশ কৰা নাই।

উল্লেখযোগ্য যে নগাঁৱৰ আমনিত যোৱা মঙলবাৰে নিশা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এগৰাকী ধাবাৰ কৰ্মচাৰী মহিলাক ধৰ্ষণ কৰা উক্ত ঘটনাই সমগ্ৰ ৰাজ্যখনতে জোকাৰণিৰ সৃষ্টি কৰিছিল।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd