• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

NE NOW NEWS মিণ্টু দাস
নগাঁও , November 18, 2018 7:21 am

2 min read

nagaon schoolphoto
250
VIEWS
Share on FacebookShare on Twitter

অসমৰ অন্যতম প্ৰাচীন শিক্ষানুষ্ঠান, ১৫৪ বছৰ গৰকা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসটি আজি উদযাপন কৰা হয়। শনিবাৰে পুৱা ৯ বজাত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি গংগাবল্লভ গোস্বামীয়ে পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰা হয়। স্মৃতি তৰ্পন কৰে বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰে।

পুৱা ১০ বজাত নগাঁও চহৰত এটি সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্টিত মুকলি সভাত সাহিত্যিক তথা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ  ভদ্ৰেশ্বৰ ৰাজখোৱা, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অৱসৰ প্ৰাপ্ত অধ্যক্ষ শিক্ষাবিদ বিমল চন্দ্ৰ বৰাই অংশগ্ৰহণ কৰে।

এই সভাতেই বিদ্যালয়খনৰ কৃতী ছাত্রসকলক ‘সহপাঠী বন্ধু সমাৰোহ- ৫৯’, পূৰ্ণকান্ত ৰাজখোৱা বঁটা, ঘুনুছা ৰাজখোৱা বঁটা, কেপ্তেইন থানেশ্বৰ শৰ্মা পৰাশৰ বঁটা, দীপ্তি গোস্বামী বঁটা প্ৰদান কৰা হয়।

দিনৰ এক বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত গীত, মাত, নৃত্য আদিৰে ছাত্ৰ, শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰিবেশন কৰাৰ উপৰি বিশেষকৈ বিদ্যালয়ৰ শিক্ষয়িত্রীসকলে পৰিবেশন কৰা শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ নৃত্যই উপস্থিত দৰ্শকক আপ্লুত কৰে।

সামৰণী ভাষণত অধ্যক্ষা দীপিকা লস্কৰে ছাত্র, শিক্ষক-শিক্ষয়িত্রী আৰু অভিভাৱকসকলে প্ৰদৰ্শন কৰা উৎসাহ-উদ্দীপনা, সহযোগিতাৰ শলাগ লয় আৰু ডেৰ শতিকা অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত বিদ্যালয়খনিৰ জয়যাত্রা অক্ষুন্ন ৰখাৰ বাবে সকলোকে আহ্বান জনায়।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd