• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Video|| কাজিৰঙা-বোকাখাতত খোলা জীপত মোহময়ী নাগমা, কংগ্ৰেছৰ বিশাল ৰে’লি

উত্তম শইকীয়া by উত্তম শইকীয়া
April 9, 2019 5:17 pm
Nagma Morarji in Assam, joins Gaurav Gogoi in massive car rally of Congress

বোকাখাতত কংগ্ৰেছ সমৰ্থকৰ মাজত নাগমা। ছবি সৌজন্য- ফে’চবুক।

641
VIEWS
Share on FacebookShare on Twitter

অসমত লোকসভা নিৰ্বাচনৰ প্রথম পৰ্য্যায়ৰ প্রচাৰৰ অন্তিম দিনা মঙলবাৰে কলিয়াবৰৰ কংগ্ৰেছ প্রার্থী গৌৰৱ গগৈৰ হৈ বোকাখাত আৰু কাজিৰঙাত বিশাল প্ৰচাৰ অভিযান চলায় মোহময়ী অভিনেত্রী নাগমা মোৰাৰজীয়ে৷

গগৈৰ হৈ প্ৰচাৰ চলাই অঞ্চলটোৰ বিভিন্ন ঠাইত জনসমাগম সম্বুধি ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহিলা গোটৰ সম্পাদিকা তাৰকা প্ৰচাৰকগৰাকীয়ে নাগৰিকত্ব বিধেয়ক প্ৰসংগত বিজেপি আৰু অগপ দলক তীব্ৰ সমালোচনা কৰে।

বিধেয়ক বিৰোধিতাৰে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি পুনৰ নিৰ্বাচনত মিত্ৰপাশত আবদ্ধ হোৱা অগপৰ বিধেয়ক বাতিলকৰণ সন্দৰ্ভত মাত মতাৰ অধিকাৰ নাই বুলি তেওঁ মন্তব্য কৰে।

আনহাতে মিত্ৰ বিজেপিয়ে বিধেয়ক গৃহীত কৰিব বুলি লোৱা ৰাষ্ট্ৰীয় সংকল্প উল্লেখেৰে গগৈয়ে কয় অগপই এতিয়া অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজা উচিত।

প্ৰতিকূল বতৰকো নেওচি অগণন লোকে যোগ দিয়া বোকাখাত ৰঙামাটিৰ পৰা কাজিৰঙালৈকে চলা কংগ্ৰেছৰ কাৰ ৰে’লিটোত এখন খোলা জীপত গৌৰৱ গগৈক সংগ দিয়ে অভিনেত্ৰীগৰাকীয়ে।

কাজিৰঙাৰ কঁহৰাৰ ৰূপজ্যেতি সংঘৰ প্ৰক্ষাগৃহত কংগ্ৰেছৰ বিশাল ৰে’লিটোৰ সামৰণি পৰে৷

Tags: নিৰ্বাচন ২০১৯

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd