• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নলবাৰী আৰক্ষীয়ে জব্দ কৰিছে ব্ৰাউন ছুগাৰৰ ৩৮টা কনটেইনাৰ; এজন যুৱকক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 22, 2019 10:30 am

2 min read

brown-sugar-1140x570

গ্ৰেপ্তাৰ হোৱা যুৱকজন আৰু জব্দ কৰা ড্ৰাগছৰ কনটেইনাৰ। ফটো: নলবাৰী আৰক্ষীৰ টুইটাৰ

12.7k
VIEWS
Share on FacebookShare on Twitter

ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে শনিবাৰে নলবাৰী আৰক্ষীয়ে এখন গাঁৱৰ পৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে ৩৮ টা সন্দেহযুক্ত ব্ৰাউন ছুগাৰৰ কনটেইনাৰ জব্দ কৰে।

গ্ৰেপ্তাৰ কৰা যুৱকজনক কংকন তালুকদাৰ বুলি চিনাক্ত কৰা হৈছে।

নলবাৰীৰ জিলাৰ বেলশৰ অঞ্চলৰ কায়স্থপাৰাৰ ৰূপিয়াবাথান গাঁৱৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়।

যুৱকৰ গ্ৰেপ্তাৰ আৰু জব্দ কৰা ড্ৰাগছৰ ঘটনা সন্দৰ্ভত শনিবাৰে নলবাৰী আৰক্ষীয়ে তেওঁলোকৰ টুইটাৰত লিখিছে:

‘’ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আমাৰ ধাৰাবাহিক তালাচীত কংকন তালুকদাৰ নামৰ এজন যুৱকক বেলশৰ,কায়স্থপাৰাৰ ৰূপিয়াবাথান গাঁৱৰ পৰা ৩৮টা সন্দেহযুক্ত ব্ৰাউন ছুগাৰৰ কনটেইনাৰৰ সৈতে নলবাৰী আৰক্ষীয়ে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।‘’

In our continuous raids against drugs and narcotics substances, one kangkan Talukdar of village Rupiabathan, kayasthasupa, Belsor has been apprehended by Nalbari Police with 38 containers of suspected brown sugar. @assampolice pic.twitter.com/Prc2WLJTzP

— Nalbari Police (@nalbari_police) September 21, 2019

ইয়াৰ পূৰ্বে যোৱা ২৪ আগষ্টত চিৰাং আৰক্ষীয়ে ঢালিগাঁও অঞ্চলত অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ২৭ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰিছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীজনক শ্বাহ দিল মহম্মদ খান বুলি চিনাক্ত কৰা হৈছিল।

ব্ৰাউন ছুগাৰৰ লগতে চিৰাং আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনে ব্যৱহাৰ কৰা গাড়িখনৰ পৰা ক্ৰেডিট কাৰ্ড, বিভিন্ন বেংকৰ চেক বুক আৰু কিছুমান নথিপত্ৰ জব্দ কৰিছিল।

উল্লেখযোগ্য যে যোৱা ২৫ আগষ্টতো ডিব্ৰুগড় আৰক্ষীয়ে চহৰখনৰ কালিবাৰী অঞ্চলৰ পৰা ১.১৪ কিলোগ্ৰাম সন্দেহযুক্ত ব্ৰাউন ছুগাৰৰ লগতে নগদ ১৯.৫৫ লাখ টকা জব্দ কৰিছিল।

Recent News

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd