• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ গোচৰ কোন দিশে ? শাস্তি হ’বনে নন্দিতাৰ হত্যাকাৰীৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2021 1:59 pm
400 Paged Chargesheet Filed In Nandita Saikia Murder Case
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নন্দিতা শইকীয়া নামৰ লখিমপুৰৰ ঢকুৱাখানৰ মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী গৰাকীৰ এজন ঘাতকৰ নৃশংস আক্ৰমণৰ বলি হৈ আমাৰ মাজৰ পৰা আঁতৰি যোৱা এটা মাহ অতিক্ৰম কৰি গ’ল।

ধেমাজি চহৰৰ মাজ মজিয়াতে ছাত্ৰীগৰাকীক দাৰে উপৰ্যুপৰি আক্ৰমণ কৰিছিল ৰিণ্টু শৰ্মা নামৰ এক ঘাটকে।

ঘাটক ৰিণ্টুৰ উপযুৰ্পৰি দাৰ আক্ৰমণত জীৱন-মৃত্যুৰে যুঁজি আজিৰ পৰা এমাহৰ পূৰ্বে ডিব্ৰগড়ৰ চহৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত প্ৰাণ হেৰুওৱাইছিল মেধাৱী ছাত্ৰীগৰাকীয়ে।

Apply Now

এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ লগতে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছিল। ৰাজ্যৰ চৌদিশে সমস্বৰে উচ্চাৰিত হৈছিল ঘাতক ৰিণ্টু শৰ্মাৰ কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী। ফাঁচিৰ দাবী।

ধেমাজি আৰক্ষীয়ে ৰাজ্যবাসীৰ লগতে নন্দিতাৰ দুৰ্ভগীয়া পৰিয়ালটোক ঘাতক ৰিণ্টু শৰ্মাক কঠোৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ আশ্বাস দিছিল।

সমগ্ৰ ৰাজ্যজুৰি সমস্বৰেৰে ঘাতক ৰিণ্টু শৰ্মাৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন হোৱাত ফাষ্টট্ৰেক আদালতত গোচৰটো বিচাৰ হ’ব বুলি ৰাজ্যবাসীও আশ্বস্ত হৈছিল। ভবা হৈছিল ফাষ্টট্ৰেক ক’ৰ্টত বিচাৰ চলিব, নন্দিতাৰ দুৰ্ভগীয়া পৰিয়ালটোৱে অতি কম দিনৰ ভিতৰতে ন্যায় পাব।

কিন্তু ৰাজ্যবাসীয়ে আশা কৰাৰ দৰে আগবাঢ়িছে নে নন্দিতা হত্যাকাণ্ড গোচৰটো? কি পৰ্যায়ত আছে নন্দিতাৰ হত্যাকাৰী ৰিণ্টু শৰ্মাৰ গোচৰটো?

ধেমাজি আৰক্ষীয়ে ধেমাজি সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/ ৩২৬/ ৩০৭ আৰু সংযুক্ত ধাৰা ৩০৭ত গোচৰ নং- ৩৯৭/২০২১ গোচৰ পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

কিন্তু প্ৰাপ্ত তথ্য মতে আজি এমাহেও আৰক্ষীয়ে আদালত দাখিল কৰিব পৰা নাই ৰাজ্য কঁপাই যোৱা এই লোমহৰ্ষক হত্যাকাণ্ডৰ চাৰ্জশ্বিট।

উল্লেখ্য যে নন্দিতাৰ মৃত্যুৰ পিছতে লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষাণে এমাহৰ ভিতৰতে তদন্তকাৰী আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিব বুলি ঘোষণা কৰিছিল।

কিন্তু কালি শনিবাৰে এমাহ দিন অতিক্ৰম কৰি যোৱাৰ পিছতো আৰক্ষীয়ে আদালতত চাৰ্জশ্বিট দাখিল কৰিব পৰা নাই।

কিছুদিন পূৰ্বে আৰক্ষীৰ কৱলৰ পৰা পলায়নৰ চেষ্টা কৰি গুলীবিদ্ধ হৈছিল ঘাতক ৰিণ্টু শৰ্মা। আৰক্ষীৰ মতে গুলীবিদ্ধ ঘাতক ৰিণ্টু শৰ্মা ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ বাবে আদালত হাজিৰ কৰোৱাত সমস্যাৰ সন্মুখীন হৈছে।

সম্ভৱতঃ ইয়াৰ বাবেই তদন্তকাৰী আৰক্ষীয়ে নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আদালতত দাখিল কৰাত পলম হৈছে।

ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নন্দিতা শইকীয়াৰ শোকাহত পিতৃ-মাতৃক নিজ বাসগৃহত সাক্ষাত কৰিবলৈ যোৱাৰ যো-জা চলোৱা বুলিও জানিব পৰা গৈছে।

আনহাতে এমাহ অতিক্ৰম কৰি যোৱাৰ পিছতো আৰক্ষীয়ে নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিবলৈ সক্ষম নোহোৱাত ঢকুৱাখানাৰ দল-সংগঠনসমূহ অসন্তুষ্ট হৈ উঠিছে। অতি শীঘ্ৰেই বৰ্বৰ হত্যাকাণ্ডটোৰ চাৰ্জশ্বিট দাখিল কৰি ৰিণ্টু শৰ্মাক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে ঢকুৱাখানাৰ স্থানীয় ৰাইজ, দল-সংগঠনসহ সমগ্ৰ অসমৰ ৰাইজে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd