• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৰেন্দ্ৰ মোডীৰ চৰকাৰে দেশত ঘৃণাৰ জুই জ্বলাইছে : ছোনিয়া গান্ধী

ছোনিয়াই কয় যে ভাৰত জোড়ো যাত্ৰাই কংগ্ৰেছ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কক অধিক সমৃদ্ধ কৰিছে। তেওঁ এই ভ্ৰমণৰ বাবে ৰাহুল গান্ধীক ধন্যবাদ জ্ঞাপন কৰে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 25, 2023 7:25 pm
85
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে সকলো প্ৰতিষ্ঠান দখল কৰি বিৰোধীৰ কণ্ঠ দমন কৰি ঘৃণাৰ জুই জ্বলাইছে

ৰায়পুৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৮৫ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশনত ভাষণ দি এই মন্তব্য প্ৰদান কৰে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰীগৰাকীয়ে।

ছোনিয়া গান্ধীয়ে অভিযোগ কৰে যে বিজেপিয়ে ঘৃণাৰ জুইকুৰা জ্বলাই সংখ্যালঘু, দলিত, আদিবাসী আৰু মহিলাক লক্ষ্য কৰি লৈছে। তেওঁ লগতে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ‘বিজেপি-আৰএছএছ’ চৰকাৰে সকলো প্ৰতিষ্ঠান দখল কৰি বিৰোধীৰ কণ্ঠ দমন কৰিছে।

কংগ্ৰেছৰ সভাপতি হিচাপে নিজৰ সময়ক কথা উল্লেখ কৰি তেওঁ কয়, “১৯৯৮ চনত কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লোৱাটো মোৰ বাবে সন্মানৰ বিষয় আছিল। ২৫ বছৰত দলটোৱে বহু মহান সাফল্য লাভ কৰাৰ লগতে হতাশাৰো সন্মুখীন হৈছে।”

সভাপতি হিচাপে তেওঁৰ দ্বিতীয়টো কাৰ্যকাল ‘ভাৰত জোডো যাত্ৰা’ৰ জৰিয়তে সমাপ্ত হোৱাটো অতি সুখকৰ অভিজ্ঞতা বুলিও কয় ছোনিয়া গান্ধীয়ে।

ছোনিয়াই কয় যে এই যাত্ৰাই কংগ্ৰেছ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কক অধিক সমৃদ্ধ কৰিছে। তেওঁ এই ভ্ৰমণৰ বাবে ৰাহুল গান্ধীক ধন্যবাদ জ্ঞাপন কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd