• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘Nas Daily’ ৰ প্ৰতিষ্ঠাপকে ল’লে ‘ফৰেষ্ট ম্যন অব ইণ্ডিয়া’ যাদৱ পায়েঙৰ সাক্ষাতকাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 11, 2019 6:01 pm

1 min read

Nas-Daily

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

7.5k
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় ট্ৰেভেল ব্ল’গাৰ নাছিৰ য়াছিনৰ সেহতীয়া ভিডিঅ’ত দেখা পোৱা যাব ‘ফৰেষ্ট ম্যান অব ইণ্ডিয়া’ হিচাপে খ্যাত যাদৱ পায়েঙক।

ভিডিঅ’ত যাদৱ পায়েঙক হাঁহি মাতি তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰা দেখা গৈছে।

ফেইচবুকত অতি জনপ্ৰিয় পেইজ ‘নাছ ডেইলী’ৰ সোমবাৰে প্ৰচাৰিত হ’বলগীয়া ভিডিঅ’ত যাদৱ পায়েঙৰ সৈতে ভুমুকি মাৰিব য়াছিনে।

ভিডিঅ’টোত য়াছিনে যাদৱ পায়েঙৰ প্ৰকৃতি সংৰক্ষণৰ বাবে কৰি অহা ৪০ বছৰীয়া যাত্ৰাৰ লগতে মোলাইবাৰীৰ বিষয়ে উল্লেখ কৰিব।

‘‘এই মানুহজনক বিচাৰি উলিয়াবলৈ মোক বহু সময়ৰ প্ৰয়োজন হৈছে,’’ জনপ্ৰিয় ভিডিঅ’ ব্ল’গাৰ গৰাকীয়ে কয়।

‘‘মই বহু সাগৰ, পাহাৰ, নদ-নদী অতিক্ৰমি এই মানুহজনৰ আপোনালোকলৈ আগবঢ়োৱা বাৰ্তা দিবৰ বাবে আহিছো,’’ য়াছিনে পুনৰ কয়।

ভিডিঅ’টোত যাদৱ পায়েঙৰ লগতে তেওঁৰ পৰিয়াল আৰু শুভাকাংশী সকলক দেখা যাব।

ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন স্থানত প্ৰকৃতি বিষয়ত ভালেসংখ্যক আলোচনা চক্ৰত অংশগ্ৰহণ কৰা যাদৱ পায়েঙে ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছিল।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd