• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰৰ প্ৰথম সন্ধান চলাইছিল এইগৰাকী ভাৰতীয়ই; কৃতিত্ব দিলে নাছাই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 3, 2019 12:53 pm
Sharmada

শানমুগা সুব্ৰমনিয়াম। ফটো: টুইটাৰৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাছাই ভাৰতৰ চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰৰ অৱশিষ্ট চন্দ্ৰপৃষ্ঠত বিচাৰি পোৱাৰ পাছতেই বিশ্বজুৰি চৰ্চিত হৈছে এগৰাকী ভাৰতীয়ৰ নাম।

তেওঁৰ নাম শানমুগা সুব্ৰমনিয়াম। ৩৩ বছৰীয়া এই ব্যক্তিগৰাকীয়ে প্ৰকাশ কৰা ফটো অধ্যয়ন কৰি নাছাই বিক্ৰম লেণ্ডাৰ ক’ত পতিত হৈছিল সেয়া সদৰী কৰিছিল।

Apply Now

শানমুগা সুব্ৰমনিয়াম এগৰাকী মেকানিকেল আৰু তেওঁ চেন্নাইৰ এখন আই টি ফাৰ্মত আৰ্কিটেক্ট হিচাপে কাম কৰি আছে। তেওঁ এগৰাকী এপ ডেভেলপাৰো।

শানমুগা মাদুৰাইৰ বাসিন্দা যদিও ১২ বছচৰ পূৰ্বে তেওঁ আহি চেন্নাইত থাকিবলৈ লয়।

কলেজীয়া দিনতে তেওঁ এবাৰ তিৰুৱন্তপুৰমত থকা ইছৰোৰ ৰকেট উৎক্ষেপন কেন্দ্ৰলৈ গৈছিল য’ত তেওঁ ৰকেট উৎক্ষেপন প্ৰত্যক্ষ কৰিছিল।

shanmuga-subramanian_nasa_-debris_-chandrayaan-2_-vikram-lander_-moon_5_120319111739 2
শানমুগালৈ নাছাই লিখা পত্ৰখন।

তেতিয়াৰে পৰা তেওঁৰ মনত মহাকাশক লৈ আকৰ্ষণৰ সৃষ্টি হৈছিল। তেওঁ সদায় ৰকেট আৰু মহাকাশ প্ৰযুক্তিৰ প্ৰতি আকৰ্ষিত আছিল।

চন্দ্ৰত বিক্ৰম লেণ্ডাৰ পতিত হোৱাৰ পাছত ইয়াৰ সন্ধানত শানমুগাই সদায় ৪ঘন্টা ইন্টাৰনেটত চাৰ্চ কৰিছিল।

নাছাই প্ৰকাশ কৰা ফটোত যেতিয়া চন্দ্ৰপৃষ্ঠত ওপৰত বগা দাগ দেখি শানমুগা উৎফুল্লিত হৈ পৰে।

উল্লেখযোগ্য যে সোমবাৰে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰ সম্পৰ্কে টুইট কৰি জানিব দিছে যে তেওঁলোকৰ লুনাৰ ৰিক’নেছেন্স অৰ্বিটৰ (LRO)ই চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰ টুকুৰা হৈ পৰি থকা অৱস্থাত বিচাৰি পাইছে।

নাছাই দাবী কৰা মতে চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰৰ ভগ্নাংশ ইয়াৰ বিধ্বংসস্থলীৰ পৰা ৭৫০ মিটাৰ দূৰত্বত পোৱা গৈছে।

বিক্ৰম লেণ্ডাৰৰ ভগ্নাংশৰ তিনিটা ডাঙৰ টুকুৰা পোৱাৰ কথা নাছাই সোমবাৰে নিশা প্ৰায় ১.৩০ বজাত ফটোসহ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

June 7, 2026 3:24 pm
ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

June 7, 2026 3:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd