DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 22, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইছৰোৰ পৰা প্ৰেৰণা লাভ কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2019 10:01 am
nasa_1567879480_618x347
5k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা (ইছৰো)ৰ চন্দ্ৰযান-২ অভিযানৰ প্ৰশংসা কৰিছে আমেৰিকা মহাকাশ সংস্থা নাছাই।

নাছাই লিখিছেঃ ‘’মহাকাশ কঠিন বিষয়। আমি চন্দ্ৰৰ দক্ষিণ কোণত ইছৰোৰ চন্দ্ৰযান-২ অভিযানক নিক্ষেপনৰ প্ৰয়াসক প্ৰশংসা কৰিছো। আপোনালোকে আমাক আপোনালোকৰ এই যাত্ৰাৰে প্ৰেৰণা দিছে।‘’

নাছাৰ পূৰ্বে পাকিস্তানৰ প্ৰথম মহাকাশচাৰী নমিৰা ছেলিমেও ইছৰোৰ ঐতিহাসিক প্ৰয়াসৰ প্ৰশংসা কৰে।

তেওঁ কয়, ‘’চন্দ্ৰযান-২ অভিযান দক্ষিণ এছিয়াৰ কাৰণে মহাকাশ ক্ষেত্ৰত দীঘলীয়া প্ৰয়াস। ই কেৱল দক্ষিণ এছিয়াৰ কাৰণেই নহয়, লগতে সমগ্ৰ বিশ্বৰ মহাকাশ উদ্যোগৰ বাবেই গৌৰৱৰ বিষয়।‘’

Space is hard. We commend @ISRO’s attempt to land their #Chandrayaan2 mission on the Moon’s South Pole. You have inspired us with your journey and look forward to future opportunities to explore our solar system together. https://t.co/pKzzo9FDLL

— NASA (@NASA) September 7, 2019

তেওঁ লগতে কয়, ‘’মই চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমৰ চন্দ্ৰৰ দক্ষিণ কোণত মসৃন অৱতৰণৰ ঐতিহাসিক প্ৰয়াসৰ বাবে ইছৰো আৰু ভাৰতক অভিনন্দন জনাইছো।‘’

ইয়াৰ মাজতে নমিৰা ছেলিমে কয়,’’ দক্ষিণ এছিয়াৰ মহাকাশ ক্ষেত্ৰত ইমান বৃহৎ অভিজ্ঞতা অভূতপূৰ্ব। ইয়াত কোনখন দেশে নেতৃত্ব দিছে সেইয়া ডাঙৰ কথা নহয়। মহাকাশত সকলো ৰাজনৈতিক সীমা সমাপ্ত হৈ যায়। যিয়ে পৃথিৱীত আমাক ভাগ ভাগ কৰে, মহাকাশে সেইবোৰ পাছ পেলাই আমাক সকলোকে একত্ৰিত কৰে।‘’

উল্লেখ্য যে নমিৰা ছেলিম পাকিস্তানৰ প্ৰথম মহাকাশ বিজ্ঞানী যিয়ে চাৰ ৰিচাৰ্ড ব্ৰেনছন ভাৰ্জিন গেলেক্টিকৰ সৈতে মহাকাশলৈ যাব। চাৰ ৰিচাৰ্ড ব্ৰেনছন ভাৰ্জিন গেলেক্টিক হৈছে পৃথিৱীৰ প্ৰথম বাণিজ্যিক স্পেচলাইন।

ইছৰোই চন্দ্ৰযান-২ অভিযানক ইয়াৰ লক্ষ্যৰ এশ শতাংশ সফলতাৰ নিকট বুলি দাবী কৰে।

আনহাতে, ইছৰোই চন্দ্ৰযান-২ৰ অভিযানৰ পাছত ইয়াৰ পৰৱৰ্তী গগনযান অভিযানৰ বাবে প্ৰস্তুতি চলাই আছে।

Recent News

মোডী বিৰোধী পোষ্টাৰক লৈ ৩৬ টা গোচৰ, ৬ জনক গ্ৰেপ্তাৰ

মোডী বিৰোধী পোষ্টাৰক লৈ ৩৬ টা গোচৰ, ৬ জনক গ্ৰেপ্তাৰ

ডাঙৰ খবৰ : ২০২৩ ৰ ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হ’ব বৰ্ষাপাৰাত

ডাঙৰ খবৰ : ২০২৩ ৰ ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হ’ব বৰ্ষাপাৰাত

ভিডিঅ’ গেম খেলাৰ বাবেই কাছাৰত মৰিয়াই মৰিয়াই হত্যা নাবালকক

ভিডিঅ’ গেম খেলাৰ বাবেই কাছাৰত মৰিয়াই মৰিয়াই হত্যা নাবালকক

অৰুণাচলত উদযাপন কৰা হ’ল ভাৰত-ভূটানৰ ‘বন্ধুত্ব উৎসৱ’

অৰুণাচলত উদযাপন কৰা হ’ল ভাৰত-ভূটানৰ ‘বন্ধুত্ব উৎসৱ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd