DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home প্ৰযুক্তি

নাছাৰ সৰ্ববৃহৎ আৰু শক্তিশালী মহাকাশ বিজ্ঞান দূৰবীণ জেমছ ৱেব স্পেচ টেলিস্কোপ উৎক্ষেপণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2021 4:15 pm
NASA Telescope
179
VIEWS
Share on FacebookShare on Twitter

খ্ৰীষ্টমাছৰ পবিত্ৰ দিনটোতে জ্যোতিৰ্বিজ্ঞানী আৰু স্কাইৱাচাৰসকলৰ বাবে এক অসাধাৰণ উপহাৰ দিলে নাছাই। ভাৰতীয় সময় মতে আজি সন্ধিয়া ৫.৫০ বজাত মহাকাশ সংস্থাটোৰ সৰ্ববৃহৎ আৰু শক্তিশালী মহাকাশ বিজ্ঞান দূৰবীণ ফ্ৰেঞ্চ গিয়ানাৰ পৰা উৎক্ষেপণ কৰা হ’ব।

“ই চাৰিটা মুখ্য বৈজ্ঞানিক সঁজুলি বহন কৰে আৰু প্ৰথম গেলেক্সীৰ অপৰিলক্ষিত গঠনৰ বাবে লক্ষ্য কৰিব। লগতে ডাৱৰৰ ভিতৰলৈ চাব, য’ত আজি তৰা আৰু গ্ৰহ প্ৰণালী সৃষ্টি হৈছে।” নাছাই কয়।

 

✅ Rollout complete!

The James Webb Space Telescope and the @ariane5 rocket it’s riding on are all settled in their final position on Earth. Next step: launch on Dec. 25 at 7:20 am ET (12:20 UTC) to #UnfoldTheUniverse: https://t.co/ip2P4oAxJW

📸: NASA/Bill Ingalls pic.twitter.com/kkk4JDd5tu

— NASA Webb Telescope (@NASAWebb) December 23, 2021

উৎক্ষেপণ বাহন আৰু ইয়াৰ পেলোডৰ মাজত বৈদ্যুতিক যোগাযোগত অসুবিধাৰ বাবে ২২ ডিচেম্বৰৰ বাবে নিৰ্ধাৰিত লিফ্টঅফ ২৪ ডিচেম্বৰলৈ পিছুৱাই দিয়া হৈছিল। উৎক্ষেপণ স্থানত বতৰৰ দুৰ্বল পৰিস্থিতিৰ বাবে পুনৰ আজি উৎক্ষেপণৰ সিদ্ধান্ত লয়।

এই টেলিস্কোপটোৱে প্ৰথম পোহৰ, ছায়াপথৰ সমাবেশ, তৰাৰ জন্ম আৰু প্ৰটোপ্লেনেটেৰী প্ৰণালী আৰু গ্ৰহ প্ৰণালী, আৰু জীৱনৰ উৎপত্তি সম্পৰ্কে মানৱ জাতিৰ প্ৰশ্ন সমূহৰ সন্ধানত সহায় কৰিব।

Recent News

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Asaram Bapu

আশ্ৰমত শিষ্যক ধৰ্ষণ: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত স্বয়ম্ভু গডমেন আশাৰাম বাপু

Visakhapatnam Andhra Pradesh

বিশাখাপট্টনম হ’ব অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী: ঘোষণা মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ

death threat to Kejriwal

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd