• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিস্ময়কৰ আৱিষ্কাৰ! আগতীয়াকৈ সৌৰ ধুমুহাৰ ভৱিষ্যদ্বাণী কৰিব নাছাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2023 2:41 pm
সৌৰ ধুমুহা। ফটো সৌজন্য: নাছা।

সৌৰ ধুমুহা। ফটো সৌজন্য: নাছা।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা বিস্ময়কৰ আৱিষ্কাৰৰ দাবী কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা – নাছাই। জানিব পৰা মতে, এতিয়াৰ পৰা সংস্থাটোৱে সৌৰ ধুমুহাৰ খবৰ ৩০ মিনিট আগতীয়াকৈ ঘোষণা কৰিব।

সৌৰ ধুমুহাৰ বাবে পৃথিৱীৰ বৃহৎ ক্ষতি হোৱাৰ আশংকাৰ সৃষ্টি হয়। যেতিয়া এটা ডাঙৰ সৌৰ ধুমুহা আহে তেতিয়া বহুতো ব্যৱস্থাই ভাঙি পৰে। গতিকে সৌৰ ধুমুহা অহাৰ আগতে সঠিক পূৰ্বাভাস লোৱাটো গুৰুত্বপূৰ্ণ।

লগতে পঢ়ক: বেংক বেলেঞ্চ ‘শূন্য’ হ’লেও কাটিব নোৱাৰে পেনাল্টি; জানি লওক RBI-ৰ নতুন নিয়ম

Apply Now

মহাকাশ বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি এই বিষয়ে গৱেষণা কৰি আহিছে। সৌৰ ধুমুহাৰ বহু আগতেই কেনেকৈ দুৰ্ঘটনাৰ সঠিক ভৱিষ্যদ্বাণী কৰিব পাৰি তাৰ ওপৰতো গৱেষণা চলি আছে। দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত বিজ্ঞানীসকল এইবাৰ সফল হ’ল। নাছাৰ বিজ্ঞানীসকলে তেনে দাবীয়েই কৰিছে।

পৃথিৱীখন আধুনিক হৈ পৰাৰ লগে লগে প্ৰযুক্তিও অধিক উন্নত হৈছে। ইয়াৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰ উন্নতি হৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ কৃতিত্বই প্ৰায়ে বিভিন্ন কাৰণত শিৰোনাম দখল কৰে। এইবাৰ নাছাই সেই কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিলে।

নাছাই বিশেষ কৃত্ৰিম বুদ্ধিমত্তাৰ আৰ্হি তৈয়াৰ কৰি সৌৰ ধুমুহাৰ সঠিক ভৱিষ্যদ্বাণী কৰিবলৈ ওলাইছে। এই বিশেষ মডেলৰ সহায়ত নাছাৰ বিজ্ঞানীসকলে ধুমুহাই পৃথিৱীত আঘাত কৰাৰ ৩০ মিনিট আগতে সঠিক খবৰ দিব পাৰে।

লগতে পঢ়ক: WhatsApp-ত নতুন ফিচাৰ ‘Chatlock’! কোনেও গম নাপাব গোপন বাৰ্তালাপ; কেনেকৈ ‘Enable’ কৰিব?

অৱশ্যে ৩০ মিনিটৰ এই সময় পোহৰৰ ধৰ্মৰ বাবে পোৱা গৈছে। যিহেতু সৌৰ ধুমুহাৰ লগত অহা সূৰ্য্যৰ মৌলবোৰতকৈ পোহৰৰ গতি বেছি, গতিকে ধুমুহাৰ খবৰ ৩০ মিনিট আগতেই দিব পাৰি।

ব্ৰিটিছ সংবাদ মাধ্যম ‘ডেইলী মেইল’য়ে এই বিষয়ে এক প্ৰতিবেদন প্ৰকাশ কৰিছে ।

কাকতলীয়াকৈ ক’বলৈ গ’লে সৌৰ ধুমুহাই বৈদ্যুতিক ব্যৱস্থাত আটাইতকৈ বেছি প্ৰভাৱ পেলায়। ইয়াৰ উপৰিও সৌৰ ধুমুহাই ৰেডিঅ’ আৰু যোগাযোগ ব্যৱস্থাতো ব্যাঘাত জন্মায়।

লগতে পঢ়ক: ইমৰাণ খানক সমৰ্থনৰ অভিযোগ! মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে পাকিস্তানৰ সংসদত গৃহীত প্ৰস্তাৱ

উল্লেখ্য যে ৩৫ বছৰ পূৰ্বে কিউবেকৰ ওপৰত সৌৰ ধুমুহাই আঘাত হানিছিল। সেই ধুমুহাৰ ফলত কেইবা ঘণ্টা ধৰি বিদ্যুৎ ব্যৱস্থা সম্পূৰ্ণৰূপে হেৰাই গৈছিল। আনহাতে, ১৫০ বছৰ পূৰ্বে কেৰিংটন ইভেণ্টৰ ধুমুহাই সমগ্ৰ যোগাযোগ ব্যৱস্থাটো ধ্বংস কৰি পেলাইছিল। ইলেক্ট্ৰনিক ব্যৱস্থাৰ উপৰিও যোগাযোগ ব্যৱস্থাও ভাঙি পৰে। বিজ্ঞানীসকলৰ মতে ৩০ মিনিট আগতীয়াকৈ সঠিক পূৰ্বাভাস দিলে এনে দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd