• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

পাঁচটা দশকৰ পিছত আকৌ জোনবাই দেশলৈ যাব মানুহ : নিৰ্বাচন কৰা হৈছে ৪ জন বিজ্ঞানীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 4, 2023 3:31 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে NASA ই ঘোষণা কৰে যে সফলভাবে অন্ত পৰা এপ’ল’ চন্দ্ৰ অভিযানৰ পাঁচ দশকৰ পাছত পুনৰ দ্বিতীয়টো অভিযানত চন্দ্ৰপৃষ্ঠত ভৰি দিয়া প্ৰথমগৰাকী ব্যক্তি হ’ব এগৰাকী মহিলা। চন্দ্ৰপৃষ্ঠলৈ যাব লগা চাৰিজন ব্যক্তিৰ নাম ঘোষণা কৰে NASA ই।

খবৰ অনুসৰি, নাম উল্লেখ কৰা মহাকাশচাৰীসকলে ২০২৪ চনত আমেৰিকাৰ পৰা আৰম্ভ হ’বলগীয়া আৰ্টেমিছ-II অভিযানত চন্দ্ৰৰ চাৰিওফালে ঘূৰিব চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰিব।

Apply Now

চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলগীয়া এগৰাকী ব্যক্তি হৈছে ৰিড ৱাইজমেন। আমেৰিকাৰ নৌসেনাৰ পাইলট ৰিড ৱাইজমেনে কিছুদিনৰ বাবে নাছাৰ মহাকাশচাৰী কাৰ্যালয়ৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবৰ বাবে নিৰ্বাচিত হোৱা আন এজন ব্যক্তি হ’ল আমেৰিকাৰ নৌসেনাৰ এজন পৰীক্ষামূলক পাইলট ভিক্টৰ গ্লভাৰ। ভিক্টৰে ২০১২ চনত নাছাত যোগদান কৰি ২০২০ চনত প্ৰথমবাৰ মহাকাশ যাত্ৰা কৰিছিল।

জোনবাইৰ বুকুত ভৰি থ’বলৈ সাজু হোৱা প্ৰথম মহিলাগৰাকী হৈছে ক্ৰীষ্টিনা কোচে। উল্লেখ্য যে অবিৰতভাবে মহাকাশত সৰ্বাধিক সময়ৰ থাকি অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল ক্ৰীষ্টিনা কোচেই। একেৰাহে মহাকাশত ৩২৮ দিন থাকি অভিলেখ সৃষ্টি কৰিছিল মাহাকাশচাৰী গৰাকীয়ে। ক্ৰীষ্টিনা আছিল এগৰাকী বৈদ্যুতিক অভিযন্তা। নাছাই চন্দ্ৰ অভিযানৰ বাবে বাছি লোৱা প্ৰথমগৰাকী মহিলা হ’ব তেওঁ।

চন্দ্ৰলৈ যাবৰ বাবে নাছাই নিৰ্বাচন কৰা আন এজন ব্যক্তি হৈছে যুঁজাৰু বিমানৰ প্ৰাক্তন পাইলট জেৰেমি হেনচেন।

নাছাৰ প্ৰশাসক বিল নেলছনৰ উদ্ধৃতিৰে বিবিচিয়ে কয় যে, “আৰ্টেমিছ–দ্বিতীয়ৰ দলটোৱে চন্দ্ৰৰ ওচৰলৈ যোৱাৰ বাবে অক্লান্তভাৱে কাম কৰা হাজাৰ হাজাৰ লোকক প্ৰতিনিধিত্ব কৰিছে।

They’re going to the Moon! Introducing the #Artemis II astronauts:

Reid Wiseman (@astro_reid), Commander
Victor Glover (@AstroVicGlover), Pilot
Christina Koch (@Astro_Christina), Mission specialist
Jeremy Hanson (@Astro_Jeremy), Mission specialisthttps://t.co/Hy1110MOEi pic.twitter.com/SeETL5iURu

— NASA’s Johnson Space Center (@NASA_Johnson) April 3, 2023

উল্লেখ কৰিব পাৰি যে ৫০ বছৰৰ পিছত এইবাৰ আকৌ মানুহৰ সান্নিধ্য লাভ কৰিব চন্দ্ৰপৃষ্ঠই।

১৯৭২ চনত শেষবাৰৰ বাবে মানুহে চন্দ্ৰত খোজ কাঢ়িছিল। অন্তিম বাৰৰ বাবে চন্দ্ৰপৃষ্ঠত খোজ পেলোৱা ব্যক্তিগৰাকী আছিল এপ’ল’ ১৭ৰ কেপ্তেইন ইউজিন চেৰনান।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd