• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মংগল গ্ৰহলৈ উৰিব হেলিকপ্টাৰ! ‘প্ৰিজাৰভেৰেঞ্চ ৰভাৰ’ৰ পাছত নাছাৰ নতুন সম্পৰীক্ষা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 24, 2021 10:01 am

1 min read

মংগল গ্ৰহলৈ উৰিব হেলিকপ্টাৰ! ‘প্ৰিজাৰভেৰেঞ্চ ৰভাৰ’ৰ পাছত নাছাৰ নতুন সম্পৰীক্ষা
306
VIEWS
Share on FacebookShare on Twitter

পৃথিৱীৰ পৰা মংগল গ্ৰহলৈ উৰিব নেকি বিমান?

হয়, এই বিষয়ে মাৰ্কিন মহাকাশ গৱেষণা প্ৰতিষ্ঠান ‘নাছা’ই চেষ্টা চলাই আছে!

এপ্ৰিলৰ প্ৰথমফালেই ‘ইনজিনুইটি মাৰ্চ হেলিকপ্টাৰ’ নামৰ বিমানখন মংগল গ্ৰহলৈ পৰীক্ষামূলক প্ৰেৰণ কৰোৱাৰ লক্ষ্যস্থিৰ কৰিছে নাছাই।

মঙলবাৰে নাছাই এই কথা প্ৰকাশ কৰিছে।

৩১ দিনৰ অন্তত বিমানখনে মংগলপৃষ্ঠত অৱতৰণ কৰিব।

বৰ্তমান, নাছাই ১৮ ফেব্ৰুৱাৰীত প্ৰেৰণ কৰা ‘প্ৰিজাৰভেৰেঞ্চ ৰভাৰ’খনে বিমানখনৰ অনুকূল পৰিৱেশৰ বাবে গ্ৰহটোৰ তথ্য সংগহ কৰি আছে।

নাছাৰ এই মিছনটোৰ মুখ্য অভিযন্তা বব বলৰামে জনোৱামতে, প্ৰথমে বিমানখনে সৰু এটুকুৰা কাপোৰ লৈ যাব।

১৯০৩ চনত ইংলেণ্ডৰ ৰাইট ব্ৰাদাৰছে সাজি উলিওৱা প্ৰথমখন আকাশীযানৰ এখনি পাংখাত কাপোৰটুকুৰা লগোৱা হ’ব।

পৃথিৱীত প্ৰথম উৰা ৰাইট ব্ৰাদাৰছৰ আকাশীযানখনৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত লোৱা হৈছে।

বিমানখন প্ৰস্তুত কৰোতে নাছাই খৰচ কৰিছে প্ৰায় ৮৫ মিলিয়ন ডলাৰ।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd