• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাছাই প্ৰথমবাৰৰ বাবে মংগল গ্ৰহলৈ ৰোভাৰৰ সৈতে প্ৰেৰণ কৰিছে হেলিকপ্টাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 30, 2020 3:03 pm

2 min read

nasa-mars-2_073020094320 new

ফটো: নাছা

386
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই বৃহস্পতিবাৰে তেওঁলোকৰ মংগল অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ বিশেষ দিশটো হৈছে যে ইয়াত এখন ৰোভাৰৰ সৈতে এখন ড্ৰোণ হেলিকপ্টাৰ অন্তৰ্ভুক্ত কৰা হৈছে।

ৰোভাৰ মংগল গ্ৰহত বিচৰণ কৰিব আৰু হেলিকপ্টাৰে তাত উৰি থাকি তথ্য সংগ্ৰহ কৰিব।

নাছাৰ মংগল অভিযানৰ নাম হৈছে প্ৰিজাৰ্ভেন্স মাৰ্ছ ৰোভাৰ এণ্ড ইনজেনুটি হেলিকপ্টাৰ।

প্ৰিজাৰ্ভেন্স মাৰ্ছ ৰোভাৰ ১০০০কিলোগ্ৰাম ওজনৰ আৰু হেলিকপ্টাৰৰ ওজন হৈছে ২ কিলোগ্ৰাম।

এই ৰোভাৰ পৰমানু শক্তিৰে চলিব। এই ৰোভাৰে মংগল গ্ৰহত ১০বছৰ পৰ্যন্ত কাম কৰিব।

ইয়াত ৭ফুটৰ ৰব’টিক আৰ্ম, ২৩টা কেমেৰা আৰু এটা ড্ৰিল মেছিন থাকিব। ই মংগল গ্ৰহৰ ছবি, ভিডিঅ’ আৰু নমুনা সংগ্ৰহ কৰিব।

প্ৰিজাৰ্ভেন্স মাৰ্ছ ৰোভাৰ এণ্ড ইনজেনুটি হেলিকপ্টাৰে মংগল গ্ৰহত কাৰ্বনডাই অক্সাইডৰ পৰা অক্সিজেন তৈয়াৰ কৰাৰ কাম কৰাৰ লগতে বতৰৰ অধ্যয়ন চলাব যাতে ভৱিষ্যতে মংগল গ্ৰহলৈ যাবলগীয়া এষ্ট্ৰনাটৰ বাবে সহজ হৈ পৰে।

ৰোভাৰত থকা মাৰ্ছ এনভাৰনমেন্টল ডায়নেমিক্স এনালাইজাৰে মংগল গ্ৰহত মানুহৰ বসতিৰ উপযোগী হয় নে নাই সেই কথা জনাব।

উল্লেখ্য যে ভাৰতীয় মূলৰ এগৰাকী স্কুলীয়া ছাত্ৰ বনীজা ৰূপানিয়ে হেলিকপ্টাৰৰ ইনজেনুটি নামটো দিছে।

নাছাই জানিবলৈ দিয়ে যে মংগলৰ পৰিৱেশত এই সৰু হেলিকপ্টাৰখন ইয়াৰ ভূপৃষ্ঠৰ পৰা ১০ফুট উচ্চতালৈ উঠি এবাৰত ৬ফুট পৰ্যন্ত উৰিব।

বিগত ১১দিনত দুখন দেশে মংগললৈ তেওঁলোকৰ অভিযান পঠিয়াইছে। এতিয়া আমেৰিকাইয়ো এই অভিযান আৰম্ভ কৰিলে।

১৯ জুলাইত সংযুক্ত আৰৱ এমেৰিটাছে মিশ্যন হোপ প্ৰেৰণ কৰিছিল আৰু ২৩ জুলাইত চীনে তিয়ানৱেন-১ মাৰ্ছ মিশ্যন প্ৰেৰণ কৰে।

Recent News

IMG_20210420_153103

তীৰ্থ ভুমিত পৰিণত কুমাৰীকাটা মিঠাৰাম দাস সমন্বয় ক্ষেত্ৰ; কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ সামৰণি

Rhino-1140x570

আকৌ গঁড় হত্যা! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি খৰ্গ কাটি নিলে চোৰাংচিকাৰীয়ে

a-vac-640x375

গোলাঘাটত ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান : নুমলীগড়ত গুৱাহাটীৰ পৰা অহা যাত্ৰীসহ বাহনৰ কৰ্মচাৰীক কোভিড টেষ্ট

MAHA-750x375

কাইলৈ পৰা মহা-লকডাউন! : অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে চৰকাৰে!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd