• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰিগাঁও নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ উদ্যোগত মৰিগাঁৱত নাথ যোগী জাতীয় অভিবৰ্তনৰ সামৰণি

 চানু গগৈ by চানু গগৈ
December 14, 2020 10:38 am
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিগাঁও জিলাৰ চৰাইবাহীত আজি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা সদৌ মৰিগাঁও জিলা নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ জাতীয় অভিবৰ্তন এক উৎসৱ মুখৰ পৰিবেশত অনুষ্ঠিত হয়।

যোৱা নিশা পুৰোহিত সন্মিলন সভাৰে আৰম্ভ হোৱা অভিবৰ্তনত লক্ষীৰাম নাথক সভাপতি, অজিত নাথক সম্পাদক হিচাবে প্ৰাদেশিক পুৰোহিত সন্মিলনীৰ নতুন সমিতি গঠন কৰা হয়।

Apply Now

কালি পুৱা যোগ শিবিৰেৰে অভিবৰ্তনৰ মূল অনুষ্ঠানৰ  আৰম্ভ কৰা হয়। যোগ শিবিৰ পৰিচালনা কৰে তৃঞ্চা দেৱী আৰু বসন্ত নাথে। সমূহীয়া স্বচ্ছতা অভিযান, বৃক্ষ ৰোপন, বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পাছতে অনুষ্ঠিত হয় বিশ্ব শান্তিৰ বাবে ৰুদ্ৰযজ্ঞৰ।

এই যজ্ঞ অনুষ্ঠানতে শতাধিক কিশোৰক সমূহীয়া উপনয়ন প্ৰদান কৰা হয় পুৰোহিত শশী মোহন দেৱ নাথৰ তত্বাৱধানত।

পুৱা ১০ বজাত অভিবৰ্তনৰ মূল প্ৰৱেশদ্বাৰ উন্মোচন উন্মোচন কৰে হীৰেন চন্দ্ৰ নাথে, বিপনীৰ দ্বাৰ উন্মোচন কৰে অনিল চন্দ্ৰ নাথে। ১১ বজাত অঞ্চলটোৰ এশ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

দুপৰীয়া ১২ বজাত অনুষ্ঠিত হয় জাতীয় অভিবৰ্তনৰ মুকলি সভা। সদৌ মৰিগাঁও জিলা নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ সভাপতি লক্ষ্য জ্যোতি নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক জিতুমনি নাথে। অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ড০ অৰুণ কুমাৰ বৰাই উদ্বোধন কৰা অভিবৰ্তনত আদৰণি ভাষণ প্ৰদান কৰে আদৰণি সমিতিৰ সভাপতি ড০ কমল চন্দ্ৰ নাথে।

অভিবৰ্তনত নিদিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি উৰিষ্যাৰ নাথ গুৰু যোগেশ্বৰ মহন্ত শিৱনাথ জী মহাৰাজে নাথ যোগীসকলৰ অতীতৰ বিভিন্ন কাহিনী আৰু যোগী জাতিৰ ইতিহাস ব্যাখ্যা কৰি অতি গৰিমামণ্ডিত জাতিটোৰ সকলোকে একত্ৰিত হৈ আগবাঢ়িবলৈ আহ্বান জনায় কয়।

সভাত ভাষণ প্ৰদান কৰি অসম প্ৰাদেশিক যোগী সন্মিলনীৰ প্ৰাক্তন সভাপতি ধীৰেন নাথে এক দীঘলীয়া লিখিত ভাষণ পাঠ কৰি অসমত থকা নাথ যোগী সকলৰ অতীত, বৰ্তমানৰ বিভিন্ন দিশৰ আলোচনা কৰি জাতিটোক একত্ৰিত কৰিবলৈ লবলগীয়া দিশ সমূহৰ বিষয় আলোচনা কৰে।

ড০ দিনেশ কাকতি নাথ, সদৌ অসম নাথ যোগী ছাত্ৰ- সন্হাৰ সভাপতি, সম্পাদক লক্ষণ নাথ আৰু অৰবিন্দ নাথ আদিয়ে নাথ যোগী জাতিৰ বিভিন্ন সমস্যা আৰু অভাৱ অভিযোগৰ সমাধানৰ উপায়ৰ সূত্ৰ সমূহ আলোচনা কৰে।

স্বৰ্গীয় বীৰেন্দ্ৰ কুমাৰ নাথ সোঁৱৰণি মঞ্চত আয়োজন কৰা সভা খনিতেই ডাঃ ৰঞ্জিত কুমাৰ নাথে স্বৰ্গীয় পিতৃ পুস্পেন্দ্ৰ কুমাৰ নাথৰ সোঁৱৰণত প্ৰকাশ কৰা ‘যোগী চৰিত’ গ্ৰন্থখন উন্মোচন কৰে বৰখলা সমষ্টিৰ বিধায়ক কিশোৰ নাথে, আদৰণি সমিতিৰ সভাপতি ড০ কমল চন্দ্ৰ নাথৰ ‘চতুৰানন’ নামৰ গ্ৰন্থ খন উন্মোচন কৰে প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ডঃ অৰুণ বৰাই ‘সপোন’ নামৰ গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক  ডঃ দিনেশ কাকতি নাথে।

সভাত নাথ যোগী উন্নয়ন পৰিষদৰ অধ্যক্ষ বেনুধৰ নাথ, প্ৰশান্ত নাথ, ড০ হৰ কুমাৰ নাথ, সাহিত্যিক ত্ৰৌলিক্য মোহন নাথ, ড০ কুলেন্দ্ৰ নাথ, ডম্বৰুধৰ নাথ, নিত্যানন্দ কাকতি, চিত্ৰলেখা চৌধুৰী আদিয়ে অংশগ্ৰহণ কৰে।

সভাত জনপ্ৰিয় শিল্পী কৃষ্ণমনি নাথে এটি গীতৰ এলবামো উন্মোচন কৰে। সন্ধিয়া নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যৎ বৰদলৈয়ে সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে ।

 চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd