• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

দেশত বৃদ্ধি পাইছে অশুভ শক্তি; গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোতে টুইটাৰত ট্ৰেণ্ডিং ‘ নাথুৰাম গডছে জিন্দাবাদ’

ভাস্কৰ কলিতা by ভাস্কৰ কলিতা
October 2, 2020 12:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ক্ৰমাৎ অশুভ শক্তি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ছ’চিয়েল মিডিয়াই দেশৰ নাগৰিকৰ মনৰ মাজত অশুভ শক্তি বৃদ্ধি হোৱাৰ কথা জনসমাজত দাঙি ধৰিছে।

দেশত অশুভ শক্তি বৃদ্ধিৰ চৰম স্বাক্ষৰ বহন কৰি আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫১ সংখ্যক জন্মজয়ন্তীত ভাৰতত টুইটাৰত ট্ৰেণ্ডিং কৰিছে ‘নাথুৰাম গডছে জিন্দাবাদে’।

Apply Now

বহুসংখ্যক টুইটাৰ ব্যৱহাৰকাৰীয়ে নাথুৰাম গডছেক দেশৰ প্ৰকৃত নায়ক আখ্যা দিয়া দেখা গৈছে।

আনহাতে কিছুসংখ্যক টুইটাৰ ব্যৱহাৰকাৰীয়ে গডছে সমৰ্থকে জাতিৰ পিতাক কৰা অপমানৰ প্ৰত্যুত্তৰ দি গডছে মুৰ্দাবাদ আছিল, আছে আৰু থাকিব বুলি লিখে।

বিষয় যি নহওঁক জাতিৰ পিতাৰ জন্মজয়ন্তীৰ দিনটোত নাথুৰাম গডছেৰ দৰে এজন হত্যাকাৰীৰ সমৰ্থনত ‘ নাথুৰাম গডছে জিন্দাবাদ’ শ্লোগানে টুইটাৰত ট্ৰেণ্ড কৰা ঘটনাই দেশত গান্ধীজীৰ আদৰ্শক মূল্যহীন কৰাৰ গভীৰ ষড়যন্ত্ৰক প্ৰকাশ কৰাৰ লগতে দেশত মানসিকভাৱে বিকৃত লোকৰ সংখ্যা বৃদ্ধি পোৱাটো তুলি ধৰিছে।

টুইটাৰত বহুসংখ্যক উগ্ৰ হিন্দুত্ববাদী লোকে যিসকলে হিন্দুৰ হৈ যুঁজিছে তেওঁক দেশৰ প্ৰকৃত নায়ক হিচাপে অভিহিত কৰি ভাৰতীয় ৰাষ্ট্ৰৰ ধাৰণা আৰু সমগ্ৰ বিশ্বই আকোৱালি লোৱা অহিংস দৰ্শনক ভেঙুছালি কৰা দেখা গ’ল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাতিপুৱা ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে যদিও দেশৰ মুৰব্বী হিচাপে দেশৰ নাগৰিকৰ মাজত বৃদ্ধি পোৱা হত্যাকাৰীক সমৰ্থন আৰু জাতিৰ পিতাক অপমান কৰা মানসিকতা সন্দৰ্ভতো দৃষ্টি নিবদ্ধ কৰা দৰকাৰ।

ভাস্কৰ কলিতা

ভাস্কৰ কলিতা

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd