• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত ১০ ডিচেম্বৰৰ পৰা শিশু নাট্য বিদ্যালয়ৰ সপ্তম বাৰ্ষিক ৰাষ্ট্ৰীয় শিশু নাট সমাৰোহ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 2, 2018 2:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত বৰ্ষসমূহৰ দৰে এইবাৰো গুৱাহাটীত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় শিশু নাট্য সমাৰোহ। গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া সপ্তম বাৰ্ষিক শিশু নাট সমাৰোহ খনি অহা ১০ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈকে চাৰিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব।

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়কে মুখ্য কৰি দেশৰ বিভিন্ন ৰাজ্যৰ ৮ খন নাটক মঞ্চস্থ কৰা হ’ব বুলি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেল যোগে জানিবলৈ দিয়ে গুৱাহাটী নাট্য বিদ্যালয়ৰ আৰ ভি এছ পি বৰ্ণালী সিং ডেকাই।

Apply Now

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেব আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এই নাট্য মহোৎসৱখনিৰ প্ৰথম দিনা অৰ্থ্যাৎ ১০ ডিচেম্বৰত গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ নিজস্ব প্ৰযোজনাত তথা মানিক ৰয়ৰ পৰিচালনাৰে মঞ্চস্থ কৰা হ’ব ‘স্মাৰ্টফোন’ শীৰ্ষক নাটকখন।

গুজৰাটৰ লা-প’লা টাই থিয়েটাৰ গ্ৰুপৰ সংলাপ বিহীন নাটক ‘লা-প’লা’ ৰে উক্ত নাট্য মহোৎসৱখনি উদ্বোধন কৰা হ’ব বুলি সংবাদমেলত উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

একেদৰে মহোৎসৱৰ দ্বিতীয় দিনা পাটনাৰ কিলকাৰি গ্ৰুপৰ ‘তত্বচান’ আৰু উত্তৰ লখিমপুৰৰ কিশলয় গোষ্ঠীৰ ‘সম্বলপুৰৰ ৰজা’ উক্ত নাট দুখন মঞ্চস্থ কৰা হ’ব।

ইয়াৰোপৰি ১২ ডিচেম্বৰৰ দিনা টাই কোম্পানী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ‘এক্ৰছ দ্য ছি’ আৰু সৰভোগৰ ভাও এণ্ড এক্টৰছ ৱৰ্লড গ্ৰুপৰ ‘সঁচা সপোন’ নামৰ নাটক দুখন মঞ্চস্থ কৰা হ’ব।

মহোৎসৱৰ শেষৰ দিনা ফৰিদাবাদ হাৰিয়ানাৰ মুখা মুখম মঞ্চ গ্ৰুপৰ ‘ৱহ কাগজ কি কস্তি-ৱহ বাৰিছ কি পানী’ নাটেৰে উক্ত শিশু নাট মহোৎসৱখনিৰ সামৰণি পৰিব।

১০ ডিচেম্বৰৰ দিনা সন্ধিয়া ৫:৩০ বজাৰ পৰা আৰম্ভ হ’ব উক্ত শিশু নাট মহোৎসৱ। আৰম্ভণি অনুষ্ঠানত উক্ত মহোৎসৱৰ লগত সংগতি ৰাখি এখন স্মৰণিকাও উন্মোচন কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd