• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত গ্ৰন্থাগাৰিক দিৱস উদযাপন

উত্তম শইকীয়া by উত্তম শইকীয়া
August 14, 2019 10:49 am
DSC_0276 copy

ফটো : নৰ্থ-ইষ্ট নাও

1.7k
VIEWS
Share on FacebookShare on Twitter

গােলাঘাট জিলা গ্রন্থাগাৰ সংস্থাৰ উদ্যোগত বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ কেন্দ্রীয় গ্রন্থাগাৰ আৰু আভ্যন্তৰীণ মান নিশ্চিত কৰণ কোষৰ সহযােগত মহাবিদ্যালয়খনত দিনজোৰা কাৰ্যসূচীৰে ভাৰতৰ গ্ৰন্থাগাৰ বিজ্ঞানৰ পিতৃস্বৰূপ পদ্মশ্রী ড° এচ আৰ ৰংগানাথনৰ ১২৭ সংখ্যক জন্মদিন ১২ আগষ্টত গ্রন্থাগাৰিক দিৱস হিচাপে উদযাপন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভনিতে ড°এচ আৰ ৰংগনাথনৰ প্রতিকৃতিত বন্তি প্রজ্বলন কৰে সংস্থাৰ কাৰ্যকৰী সভাপতি কমাৰগাঁও মহাবিদ্যালয়ৰ জ্যেষ্ঠ গ্রন্থাগাৰিক জিতেন্দ্ৰ বৰাই।

বোকাখাতৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰীসকলে পৰিবেশন কৰা সৰস্বতী বন্দনাৰে কার্যসূচীৰ শুভাৰম্ভ হোৱা অনুষ্ঠানত
বোকাখাতৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, জ্যেষ্ঠ সাংবাদিক তথা অসমৰ গ্রন্থাগাৰ আন্দোলনৰ প্রবীণ কর্মী ভবেশ শইকীয়া দেৱক গােলাঘাট জিলা গ্রন্থাগাৰ সংস্থাৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনােৱা হয় ।

সম্বৰ্ধনা গ্ৰহন কৰি দিয়া ভাষণ প্রসংগত ভবেশ শইকীয়ই ষাঠীৰ দশকত প্রয়াত কুমুদেশৰ বৰঠাকুৰৰ নেতৃত্বত বৃহত্তৰ বােকাখাত অঞ্চলৰ গাঁৱে-ভুঞে গ্রন্থাগাৰ প্রতিষ্ঠা কৰি জ্ঞানৰ পােহৰ বিলােৱাৰ কথা ব্যক্ত কৰে।

ভৱেশ শইকীয়াৰ নেতৃত্বত তাহানিতে অসম পুথিভঁৰাল সংঘৰ চতুৰ্থ ৰাজ্যিক অধিৱেশন বােকাখাত অনুষ্ঠিত কৰাৰ কথাও উল্লেখ কৰে। তেওঁ সেই সময়ৰ সতীর্থ প্রয়াত তিলক বৰা, গােলাঘাটৰ প্রয়াত অযােধ্যা প্রসাদ গােস্বামীৰ কথাও উল্লেখ কৰে।

সভাত গোলাঘাট জিলা গ্রন্থাগাৰ সংস্থাৰ কার্যনিবাহক সদস্য সঞ্জয় কুমাৰ হাজৰিকা স্বচ্ছ ভাৰত অভিযান মিশ্যনৰ উত্তৰ-পূবৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে নির্বাচিত হােৱাত সংস্থাৰ তৰফৰ পৰা সম্বর্ধনা জনােৱা হয়।

দিৱসৰ লগত সংগতি ৰাখি জে.ডি.এছ.জি. মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত অখিল বৰুৱাদেৱৰ সঞ্চালনাত “গ্রন্থ, গ্রন্থাগাৰ আৰু পঢ়ুৱৈ সমাজ” শীর্ষক এখনি আলােচনা চক্র অনুষ্ঠিত হয়।

Recent News

অবৈধ বালি খননৰ খবৰ প্ৰকাশ কৰা মধ্যপ্ৰদেশৰ দুই সাংবাদিকক সুৰক্ষা প্ৰদান উচ্চতম ন্যায়ালয়ৰ

অবৈধ বালি খননৰ খবৰ প্ৰকাশ কৰা মধ্যপ্ৰদেশৰ দুই সাংবাদিকক সুৰক্ষা প্ৰদান উচ্চতম ন্যায়ালয়ৰ

ৰাজাক হত্যা কৰিবলৈ ভাড়াতীয়া হত্যাকাৰী! জেৰাৰ সময়ত প্ৰাক্তনৰ সৈতে সম্পৰ্কৰ কথা স্বীকাৰ সোণমৰ

ৰাজাক হত্যা কৰিবলৈ ভাড়াতীয়া হত্যাকাৰী! জেৰাৰ সময়ত প্ৰাক্তনৰ সৈতে সম্পৰ্কৰ কথা স্বীকাৰ সোণমৰ

লোকেল ট্ৰেইনত প্ৰচণ্ড ভিৰৰ হেঁচা; মুম্বাইত ৰে’ললাইনত পৰি গৈ কমেও ৬ জন যাত্ৰীৰ মৃত্যু

লোকেল ট্ৰেইনত প্ৰচণ্ড ভিৰৰ হেঁচা; মুম্বাইত ৰে’ললাইনত পৰি গৈ কমেও ৬ জন যাত্ৰীৰ মৃত্যু

সামূহিক নেতৃত্বত বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ পদক্ষেপে শক্তিশালী কৰিছে ৰেনাৰ্জিৰ দৃষ্টিভংগী

সামূহিক নেতৃত্বত বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ পদক্ষেপে শক্তিশালী কৰিছে ৰেনাৰ্জিৰ দৃষ্টিভংগী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd