• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত গ্ৰন্থাগাৰিক দিৱস উদযাপন

উত্তম শইকীয়া by উত্তম শইকীয়া
August 14, 2019 10:49 am
DSC_0276 copy

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গােলাঘাট জিলা গ্রন্থাগাৰ সংস্থাৰ উদ্যোগত বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ কেন্দ্রীয় গ্রন্থাগাৰ আৰু আভ্যন্তৰীণ মান নিশ্চিত কৰণ কোষৰ সহযােগত মহাবিদ্যালয়খনত দিনজোৰা কাৰ্যসূচীৰে ভাৰতৰ গ্ৰন্থাগাৰ বিজ্ঞানৰ পিতৃস্বৰূপ পদ্মশ্রী ড° এচ আৰ ৰংগানাথনৰ ১২৭ সংখ্যক জন্মদিন ১২ আগষ্টত গ্রন্থাগাৰিক দিৱস হিচাপে উদযাপন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভনিতে ড°এচ আৰ ৰংগনাথনৰ প্রতিকৃতিত বন্তি প্রজ্বলন কৰে সংস্থাৰ কাৰ্যকৰী সভাপতি কমাৰগাঁও মহাবিদ্যালয়ৰ জ্যেষ্ঠ গ্রন্থাগাৰিক জিতেন্দ্ৰ বৰাই।

Apply Now

বোকাখাতৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰীসকলে পৰিবেশন কৰা সৰস্বতী বন্দনাৰে কার্যসূচীৰ শুভাৰম্ভ হোৱা অনুষ্ঠানত
বোকাখাতৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, জ্যেষ্ঠ সাংবাদিক তথা অসমৰ গ্রন্থাগাৰ আন্দোলনৰ প্রবীণ কর্মী ভবেশ শইকীয়া দেৱক গােলাঘাট জিলা গ্রন্থাগাৰ সংস্থাৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনােৱা হয় ।

সম্বৰ্ধনা গ্ৰহন কৰি দিয়া ভাষণ প্রসংগত ভবেশ শইকীয়ই ষাঠীৰ দশকত প্রয়াত কুমুদেশৰ বৰঠাকুৰৰ নেতৃত্বত বৃহত্তৰ বােকাখাত অঞ্চলৰ গাঁৱে-ভুঞে গ্রন্থাগাৰ প্রতিষ্ঠা কৰি জ্ঞানৰ পােহৰ বিলােৱাৰ কথা ব্যক্ত কৰে।

ভৱেশ শইকীয়াৰ নেতৃত্বত তাহানিতে অসম পুথিভঁৰাল সংঘৰ চতুৰ্থ ৰাজ্যিক অধিৱেশন বােকাখাত অনুষ্ঠিত কৰাৰ কথাও উল্লেখ কৰে। তেওঁ সেই সময়ৰ সতীর্থ প্রয়াত তিলক বৰা, গােলাঘাটৰ প্রয়াত অযােধ্যা প্রসাদ গােস্বামীৰ কথাও উল্লেখ কৰে।

সভাত গোলাঘাট জিলা গ্রন্থাগাৰ সংস্থাৰ কার্যনিবাহক সদস্য সঞ্জয় কুমাৰ হাজৰিকা স্বচ্ছ ভাৰত অভিযান মিশ্যনৰ উত্তৰ-পূবৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে নির্বাচিত হােৱাত সংস্থাৰ তৰফৰ পৰা সম্বর্ধনা জনােৱা হয়।

দিৱসৰ লগত সংগতি ৰাখি জে.ডি.এছ.জি. মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত অখিল বৰুৱাদেৱৰ সঞ্চালনাত “গ্রন্থ, গ্রন্থাগাৰ আৰু পঢ়ুৱৈ সমাজ” শীর্ষক এখনি আলােচনা চক্র অনুষ্ঠিত হয়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd