DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সমন্বয় পুথিভঁৰালৰ সহযোগত  নলবাৰীত দিনযোৰা কাৰ্যসূচীৰে “ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস” উদযাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2021 4:25 pm
mahh
106
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ শিক্ষা নলবাৰীৰ উদ্যোগত আৰু সমন্বয় পুথিভঁৰালৰ সহযোগত, নলবাৰী জিলাৰ বিহামপুৰৰ জনতা চ’কত অৱস্থিত জিলা খনৰ এটি আগশাৰীৰ গ্ৰাম্য পুথিভঁৰাল সমন্বয় পুথিভঁৰালৰ প্ৰাংগণত ৰাতিপুৱা ৮ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে “ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস” উদযাপন কৰা হয়।

ৰাষ্ট্ৰীয়পুথিভঁড়াল দিৱসৰ লগত সংগতি ৰাখি “বিদ্যালয় পৰ্যায়ত পুথিভঁৰাল স্থাপন আৰু সুচাৰু পৰিচালনা বিষয়ক” এখন কৰ্মশালাও অনুষ্ঠিত হয়। ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকা দেৱৰ কালজয়ী গীতেৰে আৰম্ভ হোৱা কৰ্মশালা খন উদ্বোধন কৰে নলবাৰী জিলাৰ শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই।

আদৰণি ভাষণ প্ৰদান কৰে সমন্বয় পুথিভঁৰালৰ কাৰ্যকৰী সভাপতি  নুৰুল ইছলামে। কৰ্মশালা খনত বক্তৃতা প্ৰদান কৰে বিশিষ্ট কথাশিল্পী, টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক তথা সমন্বয় পুথিভঁৰালৰ সভাপতি  জয়ন্ত কুমাৰ চক্ৰৱৰ্তীয়ে।

তেখেতে সাধুকথাৰ জৰিয়তে কেনেকৈ কণ কণ শিশু তথা আমাৰ ছাত্ৰ- ছাত্ৰীৰ সৃজনী শক্তি, কল্পনা শক্তি, নীতি জ্ঞান আহৰণ, বৌদ্ধিক বিকাশ, ভাষাৰ দক্ষতা আয়ত্ব, কথা কোৱাৰ কৌশলৰ বিকাশ হয় তাৰ ওপৰত এক মনোগ্ৰাহী বক্তব্য আগবঢ়ায়।

অনুষ্ঠানটোত খণ্ড পৰ্য্যায়ৰ পৰা নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা বক্তৃতা প্ৰতিযোগিতা শ্ৰেষ্ঠত্ব অর্জন কৰে পূব-নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত জ্ঞানদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী মৃগাক্ষী গোস্বামীয়ে।

বিদ্যালয় পৰ্যায়ত পুথিভঁৰাল স্থাপন আৰু সুচাৰু পৰিচালনা সম্পৰ্কত আলোচনা আগবঢ়ায় সমন্বয় পুথিভঁৰালৰ কৰ্মকৰ্তা ক্ৰমে আবেদুৰ ৰহমান, নুৰুল ইছলাম, মনোৱাৰ হুছেইন আৰু কিশোৰ চক্ৰৱৰ্তীয়ে।

নলবাৰী জিলাৰ জিলা আঁচনি বিষয়া মাননীয় আবেদুৰ ৰহমানে উক্ত অনুষ্ঠানটোৰ আঁত ধৰে। পূব-নলবাৰী শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ইনামূল মজিদ উপস্থিত থাকে।

নলবাৰী জিলাৰ বিভিন্ন শিক্ষা খণ্ডৰ কিছু নিৰ্বাচিত মণ্ডল সমল কেন্দ্ৰ সমন্বয়কে কৰ্মশালাটোত অংশগ্ৰহণ কৰে।

সংগীতা ৰহমানে বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ গীতেৰে উপস্থিত লোকক এক সুকীয়া সোৱাদ দিয়ে। অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সমন্বয় পুথিভঁৰালৰ কোষাধ্যক্ষ মনোৱাৰ হুছেইনে ।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd