• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাণ্ডজ্ঞানহীন ৰাষ্ট্ৰীয় সংবাদ মাধ্যম! ক’ত আছে মুখ্য মন্ত্ৰী সোণোৱালৰ ৬টা সন্তান?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 29, 2019 6:34 pm

1 min read

sarbananda-sonowal-+-Sona-Melhotra
20.7k
VIEWS
Share on FacebookShare on Twitter

শুনি আপোনাৰ চকু কপালত উঠিব। অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল হেনো ৬টা সন্তানৰ পিতৃ। এই খৱৰ প্ৰচাৰ কৰিছে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে।

মুখ্য মন্ত্ৰীগৰাকীক ৬টা সন্তানৰ পিতৃ বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম প্ৰকাশিত বাতৰিটোৱে ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে দুদিন পূৰ্বে সোণোৱাল চৰকাৰৰ কেবিনেটে ২০২১ চনৰ পাছত দুটাতকৈ অধিক সন্তান থকা সকলে চৰকাৰী চাকৰিৰ সুবিধা নাপাব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল।

কেবিনেটৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো বিষয়টোক লৈ চৰ্চা চলিছে।

ইয়াৰ মাজতেএন ডি টিভি নামৰ ৰাষ্ট্ৰীয় চেনেলটোৱে প্ৰকাশ কৰিছিল এটা বাতৰি।

সোণোৱাল চৰকাৰৰ কেবিনেটৰ উক্ত সিদ্ধান্ত সন্দৰ্ভত বাতৰি প্ৰকাশ কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমটোৰ সোনাল মেহৰোত্ৰা কাপুৰ নামৰ এংকৰ গৰাকীয়ে টিপ্পনী কৰি কয় যে মুখ্য মন্ত্ৰী সোণোৱালৰ নিজৰেই ৬টা সন্তান আছে আৰু সেইজন মুখ্য মন্ত্ৰীয়েই এনে এক সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এনে বাতৰি পাছতেই এংকৰ গৰাকীৰ এনে কাণ্ডক লৈ প্ৰশ্ন উত্থাপন হৈছে।

অবিবাহিত মুখ্য মন্ত্ৰীক লৈ এনে ভুৱা তথ্যৰে বাতৰি পৰিৱেশন কৰা বিষয়টোৱে স্বাভাৱিকতে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এগৰাকী মুখ্য মন্ত্ৰীৰ সন্দৰ্ভত এনে এক বাতৰি পৰিৱেশন কৰা সংবাদ প্ৰতিষ্ঠানটোৱে অৱশ্যে এতিয়ালৈকে ভুল স্বীকাৰ কৰা নাই।

Recent News

index.jpg

লোমহৰ্ষক অগ্নিকাণ্ড : জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ছয় বাছযাত্ৰীৰ; অন্য ৩০ গৰাকী যাত্ৰী অগ্নিদগ্ধ হৈ আহত

INDIA-ELECTION

কঠোৰ নিৰ্বাচন আয়োগ: নিৰ্দিষ্ট দিনত বিজ্ঞাপন দি অপৰাধ ৰাজহুৱা কৰিব লাগিব প্ৰাৰ্থীয়ে

Ice-cream

চীনত এইবাৰ ‘ক’ৰ’ণাত আক্ৰান্ত’ হ’ল তিনিটাকৈ আইচক্রীম! তাৰপিছত কি কৰিলে চৰকাৰে?

Salman Khan

কৃষ্ণসাৰ হৰিণ হত্যাৰ গোচৰ : আদালতত অনুপস্থিত থাকি বিপদত অভিনেতা চলমান খান!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd