• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ তত্বাৱধানত থাকিব বিচিচিআই! চৰকাৰে আজি উত্থাপন কৰিব ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়ক-২০২৫

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2025 10:58 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰীড়াত স্বচ্ছতা, জবাবদিহিতা আৰু ন্যায়পৰায়ণতা অনাৰ লক্ষ্যৰে আজি লোকসভাত ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়ক ২০২৫ উত্থাপন কৰিব। এই বিধেয়কখনে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক চৰকাৰী তত্বাৱধানত ৰখাৰ লগতে অন্যান্য ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ দৰে বাৰ্ষিক স্বীকৃতি বিচাৰিব লাগিব।

বিধেয়কখনৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে- খেলুৱৈৰ কল্যাণ আৰু নৈতিক মানদণ্ডৰ প্ৰসাৰ, এন এছ এফৰ বাবে স্পষ্ট শাসন নীতি স্থাপন কৰা, বিবাদ নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া ন্যায়াধিকৰণ গঠন কৰা, যিয়ে নিয়মীয়া আদালতৰ মামলাৰ ঠাই ল’ব, উন্নত ব্যৱস্থাপনাৰ বাবে প্ৰশাসনিক সংস্কাৰ ৰূপায়ণ আদি।

Apply Now

বিধেয়কখন গৃহীত হোৱাৰ পিছত বিচিচিআইয়ে প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ক্ৰীড়া ব’ৰ্ডৰ পৰা বাৰ্ষিক অনুমোদনৰ বাবে আবেদন কৰিব লাগিব। দল নিৰ্বাচন আৰু আচৰণ বিধি সম্পৰ্কীয় সকলো বিবাদ কেন্দ্ৰীয় ন্যায়াধিকৰণে নিষ্পত্তি কৰিব। ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পিছত বিচিচিআইৰ কাম-কাজ অব্যাহত ৰাখিবলৈ নতুন নীতি-নিয়ম মানি চলিব লাগিব।

উল্লেখ্য যে এই বিধেয়কখনে ভাৰতীয় ক্ৰীড়াৰ দহটা মূল সমস্যাকো সম্বোধন কৰিছে। ইয়াৰ ভিতৰত সংঘৰ ভিতৰত আভ্যন্তৰীণ বিবাদ, এক ঐক্যবদ্ধ আচৰণ বিধিৰ অভাৱ, স্বতন্ত্ৰ বিবাদ নিষ্পত্তিৰ অভাৱ, খেলুৱৈৰ বাবে অপৰ্যাপ্ত সুৰক্ষা, লিংগ ভাৰসাম্যহীনতা আৰু নেতৃত্বত মহিলাৰ প্ৰতিনিধিৰ অভাৱ আদি।

বিশ্বৰ মানদণ্ডৰ সৈতে সংগতি ৰাখি এই বিধেয়কখনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি (আই অ’ চি), ফিফা আৰু ন্যায়াধীশ লোধা সমিতিৰ পৰামৰ্শ সন্নিবিষ্ট কৰা হৈছে, য’ত বি চি চি আইৰ বিষয়ববীয়াৰ বয়সৰ সীমা ৭০ বছৰ নিৰ্ধাৰণ কৰা হৈছে।

এই বিধেয়কখনৰ জৰিয়তে ৭০ বছৰ বয়সৰ পূৰ্বে নিৰ্বাচিত হোৱা বিষয়ববীয়াসকলে বয়সৰ সীমা অতিক্ৰম কৰিলেও কাৰ্যকাল সম্পূৰ্ণ কৰিব পাৰিব। ইয়াৰ উপৰিও সভাপতি, সম্পাদক আৰু কোষাধ্যক্ষৰ দৰে মূল ভূমিকাসমূহৰ বাবে চাৰি বছৰৰ কাৰ্যকালৰ সীমা নিৰ্ধাৰণ কৰা হৈছে, সৰ্বাধিক তিনিটা কাৰ্যকাল আৰু কাৰ্যকালৰ মাজত বাধ্যতামূলক কুলিং অফ পিৰিয়ড নিৰ্ধাৰিত কৰিছে।

ইয়াৰ সমান্তৰালভাবে চৰকাৰে বিশ্ব এণ্টি ডপিং সংস্থা (ৱাডা)ৰ মানদণ্ড অনুসৰি ৰাষ্ট্ৰীয় এণ্টি ড’পিং (সংশোধনী) বিল, ২০২৫ উত্থাপন কৰিব। ইয়াৰ দ্বাৰা এণ্টি ড’পিং ডিচিপ্লিনেৰী পেনেল (এডিডিপি) আৰু আপীল পেনেল (এডিএপি)ৰ স্বাধীনতা নিশ্চিত হ’ব।

ইয়াৰ উপৰিও মন্ত্ৰালয়ে স্পষ্টভাবে কয় যে চৰকাৰে দৈনন্দিন কাম-কাজত হস্তক্ষেপ নকৰে বৰঞ্চ ক্ৰীড়া সংঘসমূহত জবাবদিহিতা নিশ্চিত কৰিবলৈ নূন্যতম শাসন মানদণ্ড আৰোপ কৰিব। ন্যায়পৰায়ণতাক প্ৰসাৰিত কৰি, খেলুৱৈসকলক সুৰক্ষা প্ৰদান কৰি আৰু বিবাদ নিষ্পত্তি সুশৃংখলিত কৰি ভাৰতীয় ক্ৰীড়াক ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে এই বিধেয়কসমূহ সদনত উত্থাপন কৰা হৈছে বুলি সদৰী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

July 26, 2026 6:00 pm
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd