DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, February 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিবাহ অনুষ্ঠানৰ কেইখনমান আলোড়নকাৰী ফটো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2022 4:15 pm
Naughtiest Wedding Pictures
637
VIEWS
Share on FacebookShare on Twitter

নিজৰ বিবাহৰ দিনটোক সকলোৱে বিশেষভাৱে স্মৰণীয় কৰি ৰাখিব বিচাৰে। জীৱনৰ এই গুৰুত্বপূৰ্ণ তথা মধুৰ ক্ষণটোক চিৰজীৱন সকলোৱে মানসপটত কঢ়িয়াই ফুৰিলেও এই দিনটোক ভৱিষ্যতৰ বাবেও দৃশ্যমান কৰি তোলাৰ এক আকাংক্ষা থাকে।

এইবাবেই বিবাহ অনুষ্ঠানৰ মধুৰ ক্ষণসমূহৰ দৃশ্য বন্দী কৰি ৰাখিবলৈ ফটোগ্ৰাফাৰ নিয়োগ কৰা হয়। ফটোগ্ৰাফাৰৰ কেমেৰাই ভৱিষ্যতৰ বাবে সামৰি লয় এই বিশেষ দিনটোৰ বিশেষ ক্ষণসমূহ।

বিবাহ অনুষ্ঠানৰ এনে ফটো আপুনি নিশ্চয় দেখিছে বা আপুনি নিজেও এনে ফটোৰ এক অংশ হৈছে। পিছে এই স্বাভাৱিক ফটো সমূহৰ বাদেও বিবাহ অনুষ্ঠানত কিছুমান অন্য ধৰণৰ ফটোও তোলা হয়। অদ্ভুত ধৰণৰ এই ফটোবোৰে বিশেষভাৱে আকৰ্ষণ কৰে চাওঁতাক।

সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰা এনে কিছুমান ফটো চাওঁ আহক-

 

                                                   দৰাৰ নাম ব্ৰায়াণ্ট: দৰাক আশ্চৰ্যকৰ সম্বোধন নৱ কইনাৰ বান্ধৱীৰ

 

                                                          কইনাৰ হাত বিচাৰি দৰাই হাত পোনালে আনলৈ

 

                                             বান্ধৱীৰ বিয়া: অলপ ব্যতিক্ৰমী পজৰ সুবিধা আকৌ বা কেতিয়া পায়!

 

                                         সাগৰৰ নীলাৰ মাজত আবেদনময় পজেৰে বিয়া উদযাপন নৱ কইনাগণৰ

 

                                           বিবাহৰ অভিজাত পোচাকত বোকাৰ প্ৰলেপ সানি হাস্যবদনে নৱ দম্পতী

 

                                                                                ফুলশয্যালৈ বহু পৰ, দৰাৰ খৰধৰ

 

                                           গৰমৰ পৰা লাগে পৰিত্ৰাণ: অলপমান বতাহ পালে কেনে হয়!

 

                                           আঢ্যৱন্ত পৰিৱেশ কিম্বা অভিজাত পোচাকনো কিয়: প্ৰেমহে মূল!

 

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd