DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 23, 2022 9:22 pm
177
VIEWS
Share on FacebookShare on Twitter

কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল কংগ্ৰেছ নেতা তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যোত সিং সিদ্ধু। বিগত দুদিন ধৰি সিদ্ধুৱে ঔষধক বাদ দি আন একো বস্তু মুখত দিয়া নাই। কাৰাগাৰ কৰ্তৃপক্ষই যোগান ধৰা শুকান ৰুটি আৰু দাইল দেখি নাক কোচাই দিছে তেওঁ। সেয়ে যোৱা দুদিনে একো নোখোৱাকৈ থকাৰ ফলত সিদ্ধু হৈ পৰিছে অসুস্থ।

সিদ্ধুক দুদিনপূৰ্বে প্ৰেৰণ কৰা হৈছিল পাটিয়ালাৰ কাৰাগাৰলৈ। সোমবাৰে পুৱা তেওঁক পাটিয়ালাৰ ৰাজেন্দ্ৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। কাৰাগাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে তেওঁ চিকিৎসালয়ত শাৰীৰিক পৰীক্ষা কৰাব। এই উদ্দেশ্যৰ বাবে এখন চিকিৎসা পৰিষদও গঠন কৰা হৈছে।

তেওঁলোকে সিদ্ধুৰ ডায়েট চাৰ্ট প্ৰস্তুত কৰিব। কাৰাগাৰৰ এজন বিষয়াই কয়, “যদি চিকিৎসকসকলে সিদ্ধুৰ বাবে বিশেষ খাদ্যৰ পৰামৰ্শ দিয়ে, তেন্তে তেওঁক সেইবোৰ কাৰাগাৰৰ কেণ্টিনৰ পৰা কিনি খাবলৈ অনুমতি দিয়া হ’ব পাৰে।” চিকিৎসা পৰিষদৰ চিকিৎসকসকলে সিদ্ধুৰ ডায়েট চাৰ্ট প্ৰস্তুত কৰিব আৰু পাটিয়ালাৰ স্থানীয় আদালতত অৱগত কৰিব। সেই অনুসৰি, কংগ্ৰেছ নেতাগৰাকীয়ে খাদ্য লাভ কৰিব।

 “সিদ্ধুৱে ঘেঁহু, চেনী, ময়দা আদিৰ দৰে চেনী সমৃদ্ধ খাদ্য খাব নোৱাৰে। তেওঁক অমিতা, মধুৰিআম, ডাবল-টোনড গাখীৰ আৰু চেনী নথকা খাদ্য দিব লাগিব।” এই মন্তব্য কৰিছে সিদ্ধুৰ ঘনিষ্ঠ লোকে।

কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন ৰাষ্ট্ৰীয় ক্ৰিকেটাৰজনে চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মীয়াকৈ ঔষধ গ্ৰহণ কৰি আছে। এটা পথ দুৰ্ঘটনাৰ গোচৰত এবছৰৰ কাৰাদণ্ডৰে দণ্ডিত হৈছে সিদ্ধু।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd